Nalbari : নলবাৰীত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত দেশৰ দীৰ্ঘ উচ্চতাৰ শিৱ মুৰ্তি

edef79f4 c2f9 44b1 9061 c98eef8461c7

Nalbari :

শিৱ পূজালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ মাজতে নলবাৰীৰ খাৰঝাৰাত নিৰ্মাণ হৈছে দেশৰ দীৰ্ঘ উচ্চতাৰ শিৱ মুৰ্তি৷

মহা শিৱৰাত্ৰিৰ দিনাই মুকলি কৰাৰ লক্ষ্যৰে ইতিমধ্যে দিনে – ৰাতিয়ে মুৰ্তি নিৰ্মাণৰ জড়িত হৈ পৰিছে ভাস্কৰ্য শিল্পী সকল৷

উল্লেখ্য যে ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মুৰ্তি দেশৰ ভিতৰতে সৰ্ব বৃহৎ হিচাপে চিহ্নিত হৈছে ৷

Exit mobile version