Home News Assam Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ By publisher 1 year Ago ShareShareShareShare Guwahati Pollution : গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ । বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌপাশ। মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । গছ-গছনি,বন- লতা,ঘৰ- দুৱাৰ সকলো ধূলিৰে আবৰি পেলাইছে ৷ এজাক বৰষুণৰ অপেক্ষাত মহানগৰবাসী ৷ যোৱা তিনিটা মাহৰ অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা মহানগৰৰ বায়ুমণ্ডল একপ্ৰকাৰ প্ৰদূষিত হৈছে ৷ মহানগৰীৰ বায়ুমণ্ডলত প্ৰদুষিত বিষয়টোক চৰকাৰে অতি গুৰুত্ব সহকাৰে লোৱাটো কামনা কৰিছে মহানগৰৰৰ সচেতন মহলে ৷ Categories: Assam, News Tags: AIR POLLUTIONGuwahati Related Content Environmentalist Purnima Devi Burman wins Green Oscar Gold Award:পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনলৈ দুস্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ বাবে পুনৰ আন এক আন্তৰ্জাতিক সন্মান By publisher May 2, 2024 Encroachers are Trying to build houses in Gotanagar Forestry:মহানগৰীৰ গোটানগৰত ভয়ংকৰ ঘটনা By publisher May 2, 2024 Three Youths Missing in Beki River:বেঁকী নৈত সন্ধানহীন তিনি যুৱক,এজনৰ মৃতদেহ উদ্ধাৰ By publisher May 2, 2024 ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:নেতানিয়াহুৰ বিৰুদ্ধে আইচিচিয়ে জাৰি কৰিব পাৰে গ্রেপ্তাৰী পৰোৱানা By publisher May 1, 2024 Temperatures Rise in Several States of the Country:দেশৰ একাধিক ৰাজ্যত উষ্ণতা বৃদ্ধিত ৰেড এলাৰ্ট জাৰি By publisher May 1, 2024 Chirang:কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চৰকাৰী শিক্ষকৰ By publisher May 1, 2024