Home News Assam Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ By publisher 1 year Ago ShareShareShareShare Guwahati Pollution : গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ । বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌপাশ। মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । গছ-গছনি,বন- লতা,ঘৰ- দুৱাৰ সকলো ধূলিৰে আবৰি পেলাইছে ৷ এজাক বৰষুণৰ অপেক্ষাত মহানগৰবাসী ৷ যোৱা তিনিটা মাহৰ অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা মহানগৰৰ বায়ুমণ্ডল একপ্ৰকাৰ প্ৰদূষিত হৈছে ৷ মহানগৰীৰ বায়ুমণ্ডলত প্ৰদুষিত বিষয়টোক চৰকাৰে অতি গুৰুত্ব সহকাৰে লোৱাটো কামনা কৰিছে মহানগৰৰৰ সচেতন মহলে ৷ Categories: Assam, News Tags: AIR POLLUTIONGuwahati Related Content Three Cities in Orissa are Among the 10 Hottest Cities in the World:বিশ্বৰ সবাতোকৈ ১০ খন অতি উষ্ণ চহৰৰ তালিকাত ওড়িছাৰ তিনি চহৰ,ঝাৰখণ্ডৰ জামছেদপুৰ By publisher May 3, 2024 JDU Candidates in Bihar Lok Sabha do not know the Meaning of MP:এমপিৰ অৰ্থ নাজানে বিহাৰৰ লোকসভাৰ এনডিএৰ প্রার্থীয়ে By publisher May 3, 2024 Richest Candidate in the Lok Sabha Elections:লোকসভা নির্বাচনত সবাতোকৈ ধনাঢ্য প্রার্থী বিজেপিৰ পল্লভীৰ সম্পত্তিৰ মূল্য ১৩৬১ কোটি টকা By publisher May 3, 2024 Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড By publisher May 3, 2024 Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯ By publisher May 3, 2024 Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া By publisher May 3, 2024