Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 8

Horoscope :

মেষ : চাকৰি ক্ষেত্ৰত উন্নতিৰ যোগে। দৈনন্দিন কামৰ চাপ বৃদ্ধি পাব। চেষ্টাৰ ফল পাব পাৰে। ভ্ৰমণত মধ্যমত প্রাপ্তিযোগ কন্যা সন্তানৰ বিবাহৰ সংযোগ। আৰ্থিকত ভাল ক’ব পৰা যায়। কৰ্মস্থানত কিছু অসুবিধা পাব।

বৃষ : কিবা বষয়লৈ পৰিবাৰীক মতবিৰোধ দেখা দিব পাৰে। শুভ কামত বাধা পৰিব পাৰে। মানসিক চাপ বৃদ্ধি পাব। ঘৰুৱাত মাধ্যম। শৰীৰ ভাল দেখা নাযায়। প্ৰেমত প্ৰতৰণা। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।

মিথুন : দৈনন্দিন কর্মত শুভ। অসম্পূর্ণ কাম সমাপ্ত হ’ব। আর্থিক ক্ষেত্ৰত শুভ ফল দায়ক। উচ্চ শিক্ষাত বাধা আহিব। ভ্রমণ নকৰা ভাল ৷ গ্রন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগ উপকৃত হ’ব।

কর্কট : দৈনন্দিন কর্মত অগ্রগতি পাৰিপার্শ্বীক অপশক্তিৰ দ্বাৰা পাৰিবাৰীক শান্তি বিনষ্ট দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। প্রয়োজনে বন্ধুৰ পৰা সাহায্য লাভ কৰিব। প্ৰেমত মাধ্যম বুলি ক’ব পৰা যায়।

সিংহ : পাৰিবাৰীক মতবিৰোধ দেখা দিব পাৰে। কর্মক্ষেত্ৰত পৰিৱৰ্তন যোগ।ব্যৱসায়ত পৰিকল্পনা সফল অগ্ৰসৰ হ’ব পাৰিব। ঘৰুৱাত ভাল। আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব। বগা ৰুমাল গলত ৰাখিব।

কন্যা : দৈনন্দিন কর্মত অমনোযোগ। নিজৰ কোনোবাই হিংসা কৰিব পাৰে। নিজৰ ভুল কাৰণে সন্মান হানি হ’ব পাৰে। নিবনুৱা সকলৰ দিনটো ভাল-বেয়া মাজেৰে পাৰ হ’ব। পৰীক্ষাৰ্থীয়ে পঢ়াত মনযোগ দিয়ক।

তুলা : কর্মক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব। আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়াব পাৰে।

বৃশ্চিক : দৈনন্দিন কৰ্মত উন্নতিৰ যোগ। চাকৰি ক্ষেত্ৰত আর্থিক উন্নতিৰ যোগ। ব্যৱসায়ত জামেলা থাকিব। আর্থিক লেন-দেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চাকৰিয়াসকলৰ বাবে দিনটো ভাল।

ধনু : কৰ্মত বাধা, চাকৰিয়াল ব্যক্তিসকলৰ জটিলতা দেখা দিব পাৰে। আজি ভ্রমণ নকৰিব। স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায় বিদ্যাত অগ্ৰসৰ হ’ব পাৰিব খং-ৰাগ কৰি দিনটো বেয়া নকৰিব।

মকৰ : পাৰিবাৰীক শান্তি বজাই থাকিব। পৰিকল্পিত কৰ্মত বাধা আহিব। আৰ্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। কোনোবা লগত অযথা বিবাদত হ’ব পাৰে। বিদ্যাত ভাল। চাকৰিয়াল সকল অলপ সাৱধান হোৱা ভাল৷ দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত শুভ।

কুম্ভ :কর্মক্ষেত্ৰত অশান্তি উধ্বতন কর্তৃপক্ষৰ লগত মতান্তৰ হ’ব পাৰে। শত্ৰুৰ পৰা সতৰ্ক থাকিব। নিজৰ ভুলৰ কাৰণে আর্থিক দিশত ক্ষত্ৰি হ’ব পাৰে। দাম্পত্য আৰু প্ৰেমত শুভ। ভ্রমণত সম্ভৱনা আছে। বিদ্যাত বাধা।

মীন : কর্মক্ষেত্ৰত মধ্যম ফল নিবনুৱাই আশাৰ পোহৰ দেখিব পাৰে। পুৰণি সমস্যাৰ সমাধান হ’ব। ব্যৱসায়ত শুভ। নতুন কাম হাতত ল’ব পাৰে। ব্যৱসায়িক সকলৰ ভাল। প্রেম-প্রণয়নত শুভ। নতুন কর্ম লাভৰত্ৰ যোগ।

Exit mobile version