Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 10

Horoscope:ৰাশিফল

মেষ : এই ৰাশিৰ জাতক-জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আজি অন্তচকাৰ ক্ষেত্ৰত সাৱধান থাকিব। বিদ্যার্থীসকলৰ শুভ। প্ৰেমত শুভ ৷

বৃষ: শুভ প্ৰভাৰৰ ফলত কন্যা বা পুত্ৰৰ বিবাহৰ যোগ দেখা যায়। বেয়া ভালৰ মাজত দিনটো পাৰ হ’ব। শুভ ৰং ৰঙা৷শুভ সংখ্যা ২ ৷

মিথুন : কর্মক্ষেত্ৰত শক্ত প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। বছৰ পৰা সাবধানে থাকিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে।

কর্কট: আর্থিক ক্ষেত্ৰত উন্নতি দেখা যায়। ভ্রমণ যোগ। সন্তানৰ বিদ্যা লৈ চিন্তা থাকিব। বিবাহৰ যোগ। শত্ৰুৰ পৰা সাৱধান।

সিংহ : বিভিন্ন ফালে মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। সংসাৰত অশান্তিৰ ফলত মন অশান্তিৰ থাকিব। নীলা কাপোৰ পৰিধান কৰিব।

কন্যা ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। আর্থিক মাধ্যম। লক্ষ্মী নাৰায়ণৰ আৰাধনা কৰিব আৰু নিৰামিষ আহাৰ কৰিব। যাত্ৰা নকৰাই ভাল।

তুলা : মানসিক চঞ্চলতাৰ কাৰণে দিনটো কর্মক্ষেত্ৰত জটিলতা দেখা দিব পাৰে। টকা-পইচা লেনদেন নকৰাই ভাল। বিদ্যাৰ্থীৰ কাৰণে ভাল।

বৃশ্চিক : নিজৰ কোনো মানুহ শত্ৰু হৈ উঠিব পাৰে। যান-বাহনৰ পৰা সতত থাকিব। চাকৰিয়ালসকলৰ দিনটো মানসিক চিন্তাত ভুগিব। বিদ্যাৰ্থীৰ কাৰণে ভাল।

ধনু : সন্তানৰ শাৰীৰিক সমস্যাই দিনটো চিন্তাত পেলাব। যান-বাহন জয় কৰাৰ যোগ দেখা যায়। বিভিন্ন কাৰণত সংসাৰিক অশান্তি বৃদ্ধি পাব।

মকৰ: ভাল-বেমাৰ মাজত দিনটো পাৰ হ’ব। চাকৰিৰ ক্ষেত্ৰত কোনো জটিলতাই দেখা দিব। বিদ্যাৰ্থীৰ শাৰীৰিক সমস্যাৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত বাধা। দূৰ ভ্ৰমণ দেখা যায়।

কুম্ভ : দিনটো কামৰ ব্যৱস্থা বৃদ্ধি। প্ৰেম আৰু দাম্পত্য জীৱনত জটিলতা দেখা যায়। আর্থিকত ভাল। যাত্রা নোযোৱাই ভাল।

মীন: পুৱা গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। দিনটো নিৰামিষ খাব। সংসাৰৰ ফালে মানসিক শাস্তি বিঘ্নিত হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৫ ।

Exit mobile version