Horoscope: ৰাশিফল
মেষ : ৰাতিপুৱা ভালেই যাব যদিও আবেলি ভাগত কৰ্মক্ষেত্ৰত সহযোগিতাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱাত উন্নতি। শুভ ৰং কমলা ।
বৃষ : দিনটো মজলীয়া হ’লেও সাৱধানেৰে পাৰ কৰক। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। প্রম-প্রণয়ত বেছি আবেগিক নহ’ব। শুভ ৰং নীলা।
মিথুন : ভাবি-চিত্তি অচিনাকি মানুহৰ লগত কথা কওক নহ’লে বিপদত পৰিব পাৰে। সন্তানৰ শৰীৰ ভাল নাযাব। ঘৰুৱাত মধ্যম ফল আশা কৰিব পাৰে। শুভ ৰং আকাশী।
কর্কট : কৰ্মৰ ওপৰত বিশ্বাস ৰাখক দিনটো ভালেৰে পাৰ হ’ব। মামলা- মোর্কদমাত জয়লাভ। ব্যৱসায়ীসকলৰ নতুন পদ খুলিব। বিদ্যাৰ্থীৰ মনোবাঞ্ছা পূৰণ হব শুভ ৰং বগা।।
সিংহ : আর্থিক উন্নতিত বাধা। গতানুগতিক কামত বেছি বাধা নাই। ভ্ৰমণত দ্রব্য লাভ। বিবাহৰ ক্ষেত্ৰত থকা বাধা আঁতৰি যাব। শুভ ৰং বগা।
কন্যা : ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। পত্নীৰ সহযোগিতা লাভ কৰিব। প্রতিষ্ঠিত ব্যৱসায়ীৰ বাবে দিনটো শুভ। ঘৰুৱাত অশান্তিৰ সৃষ্টি। শুভ ৰং নীলা।
তুলা : নতুন কোনো সৎলোকৰ লগত সাক্ষাৎ। কর্মাদিত শৃংখলা অটুট থাকিব। নিজৰ শৰীৰ প্ৰতি যত্ন লওক বিদ্যার্থীয়ে মজলীয়া ফল লাভ কৰিব। শুভ ৰং সেউজীয়া ।
বৃশ্চিক : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বন্ধুৰ পৰা সহানুভূতি লাভ। ঘৰুৱাত মোটামুটি শুভ। প্রেম-প্রণয়ত সামাজিক অপবাদ। শুভ ৰং বগা।
ধনু : আর্থিক দিশত আয়তকৈ ব্যয় বৃদ্ধি পাব। অলাগতীয়াল কথাত কাণ নিদিয়াই ভাল। ঘৰুৱাত সন্দেহ ভাব ঘূর্ণীভূত হ’ব পাৰে। শুভ ৰং ক’লা ।
মকৰ : দুপৰীয়াৰ সময়ত আঘাত পাব পাৰে। ঘৰত আলহীৰ সমাগম। দাঁতত মনোমত পৰিৱেশ আশা কৰিব পাৰে। শুভ ৰং ৰঙা।
কুম্ভ : মনৰ স্থিৰতা বজাই ৰখা দৰকাৰ। শৰীৰ ভালেই যাব। নিবনুৱাসকলে “ চাকৰি বিচাৰি পাব। বিদ্যাৰ্থীৰ কাৰণে দিনটো অনুকূল। শুভ ৰং গোলপীয়া।
মীন : ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰি। বৈবাহিত জীৱনত বাধা থাকিব। দৈহিক ক্ষেত্ৰত শুভ। বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং বগা।