Partha Sarathi Mahanta Transferred To DIG Post : গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি

8d0a2a36 4e5f 4a2b bc12 6b0dcbc58e84

Partha Sarathi Mahanta Transferred To DIG Post :

অসম আৰক্ষীত পুনৰ ৰদবদল। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনা যোগে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি উপ- মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে নিযুক্তি দিয়ে ৷

উল্লেখ্য যে,মহন্তক যুটীয়া আৰক্ষী আয়ুক্তৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিয়া হৈছে ৷

Exit mobile version