Volodymyr Zelensky Dismissed Commander Of Joint Forces :যৌথ বাহিনীৰ কমাণ্ডাৰক বৰ্খাস্ত কৰিলে জেলেনস্কিয়ে

WhatsApp Image 2023 02 28 at 17.12.45 1

Volodymyr Zelensky Dismissed commander of Joint Forces :

এবছৰ ধৰি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ বাহাল আছে । এইবাৰ হঠাতে যৌথ বাহিনীৰ কমাণ্ডাৰক বৰ্খাস্ত কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ডিমীৰ জেলেনস্কিয়ে ।

উল্লেখ্য যে ৰাছিয়াৰ বিৰুদ্ধে এই যুদ্ধত ইউক্রেইনক আমেৰিকা আৰু নাটো বাহিনীয়ে সহযোগিতা আগবঢ়াইছে ।

চিএনএনৰ বাতৰি অনুসৰি কালি ইউক্রেইনৰ যৌথ বাহিনীৰ কমাণ্ডাৰ মেজৰ জেনেৰেল এডৱাৰ্ড মিখাইলভিছক বৰ্খাস্ত কৰিলে জেলেনস্কিয়ে ।

উল্লেখ্য যে যোৱা বছৰৰ মাৰ্চত মিখাইল’ভিছক যৌথ বাহিনীৰ কমাণ্ডাৰ নিযুক্ত কৰা হৈছিল। কি কাৰণত কমাণ্ডাৰ পদৰ পৰা মিখাইল’ভিছক জেলেনস্কিয়ে অপসাৰণ কৰিলে সেয়া জানিব পৰা হোৱা নাই ।

Exit mobile version