Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 1

Horoscope:ৰাশিফল

মেষ : আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে। পাৰিবাৰিক শুভ বুলিব পাৰি। কৰ্মক্ষেত্ৰত আনৰ প্ৰিয়পাত্ৰ হ’ব পাৰিব। পঢ়া-শুনাত শুভ। শুভ বর্ণ পাতল সেউজীয়া। দূৰ ভ্ৰমণৰ সুযোগ আহিব পাৰে।

বৃষ : কর্মক্ষেত্ৰত নতুন যোগাযোগ ঘটিব পাৰে। সৰু-সুৰা অসুখ বিব্ৰত কৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। শুভ বৰ্ণ কমলা। ৰাতিপুৱা কমলা ৰঙৰ কাপোৰ পিন্ধি সূর্য প্রণাম কৰিব। আবেলি তিনি বজাৰ ভ্ৰমণ কৰিব।

মিথুন : আৰ্থিকত চিত্তাৰ কাৰণ নাই। ব্যৱসায় বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা। পাৰিবাৰিক অশান্তি দূৰ হ’ব। কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব। শুভ ৰং সেউজীয়া ।

কর্কট : মনত অস্থিৰতাৰ বাবে কৰ্মত বাধাগ্ৰস্থ হ’ব পাৰে। আর্থিক ক্ষেত্ৰত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে। শুভ বর্ণ গোলপীয়া বা বগা। আজি আপুনি মাণিবেগত তুলসী পাত ৰাখিব।

সিংহ : আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। ব্যৱসায়ত সফলতা ভবা মতে নাপাব। ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব। আজি আপুনি পাতল নীলা ৰং ব্যৱহাৰ কৰিব। মাত্ৰাদি ভালেই দেখা যায়।

কন্যা : কর্মক্ষেত্ৰত উন্নত ফল। দৃঢ়তা বৃদ্ধি পাব। কোনো সংবাদ বা সংযোগত চিন্তিত হ’লে প্রতিকূল বুলি ক’ব নোৱাৰি। আর্থিকত বেয়া নহয়। আপোনাৰ শুভ বর্ণ ক্রীম। যাত্ৰা কৰিলে ক্ৰীম ৰঙৰ পোছাক পিন্ধিব৷

তুলা : যোৱা দিনৰ তুলনাত আজি উন্নত। শৰীৰ সম্পৰ্কে অৱশ্যে সাধাৰণ চিত্তা থাকিব। কর্মব্যস্ততা বৃদ্ধি পাব ।ভ্ৰমণ হ’ব পাৰে। আপোনাৰ শুভ বৰ্ণ গাঢ় সেউজীয়া। আশা কৰা কোনো বিষয়ত সাধাৰণ প্ৰগতি।

বৃশ্চিক : আর্থিক সম্পৰ্কীয় দিশত বৰ নিশ্চিত নহয়। কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ ঘটিব পাৰে। ভ্ৰমণত শুভ ফল। শুভ বর্ণ পাতল গোলপীয়া ।

ধনু : বন্ধুবর্গ লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে। সন্তানৰ সুকীর্তি দেখা যায়। আপোনাৰ শুভ বর্ণ বেঙণীয়া। আজি আপুনি যাত্রা কৰিলে দিনৰ ১০ বজাৰ পাছতহে কৰিব ।

মকৰ : অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে। গতিকে পূৰ্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক। বিদ্যাত জটিলতাৰ কম। ভ্ৰমণত কষ্ট। পৰাপক্ষত ভ্রমণ নকৰাই ভাল। শুভ বর্ণ বগা।

কুম্ভ : আৰ্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব। বিদ্যাৰ্থীৰ বেয়া নহ’ব। কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব। আজি আপুনি কেচা নিমষ নাখাব। যাত্ৰা কৰিলে দিনৰ ১২টা আগতে কৰিব। শুভ বর্ণ হালধীয়া।

মীন : কৰ্মক্ষমতাৰ বাবে আনে প্ৰশংসা কৰিব। বিদ্যাত যোগ্যতা দেখা যায়। ভ্ৰমণত বিশেষ বাধা নাই। পৰাপক্ষত সন্ধিয়া বেলা যাত্ৰা নকৰিব। শুভ বর্ণ ৰঙা। লগতে ৰঙা ৰুমাল ল’ব।

Exit mobile version