Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 1

Horoscope :

মেষ : দূৰ ভ্ৰমণ যোগ দেখা যায় ৷ দিনটোতে মনৰ কোনো আশা পূৰণ হ’ব পাৰে। শৰীৰ স্বাস্থ্য মধ্যম। বিদ্যাত বাধা আছে। পাৰিবাৰিক মধ্যম। ৰং শুভ ৰং। শুভ সংখ্যা ১।

বৃষ : উচ্চ শিক্ষাতে ভাল ফল আশা কৰিব পাৰে। দিনটোতে আবেগ নিয়ন্ত্ৰণ কৰা ভাল হ’ব। টকা-পইচাৰ ক্ষেত্রে অসুবিধা বিশেষ নাই। মেৰুণ আপোনাৰ জন্য শুভ ৰং। শুভ সংখ্যা ৫।

মিথুন : কর্মক্ষেত্ৰত পৰিৱৰ্তন অনুভৱ কৰে। দিনটোতে তর্ক-বিবাদে লিপ্ত নোহোৱা ভাল। আর্থিক লেন-দেনেৰে ক্ষেত্ৰ সতৰ্ক থকা ভাল। ভ্রমণ হ’ব পাৰে। নীলা শুভ ৰং। শুভ সংখ্যা ৩।

কৰ্কট : পাৰিবাৰীক বৃদ্ধি পাব। আশংকা দেখা যায়, আর্থিক অসুবিধা হ’ব পাৰে। স্ত্ৰীয় আৰোগ্য লাভ৷ সোণালী শুভ ৰং। শুভ সংখ্যা ২।

সিংহ : মনৰ কোনো বাসনা পূৰৰ্ণ হোৱাৰ যোগ বিদ্যমান। গৱেষণা কর্মে আশা কৰা মতে শুভ ফল। বিদেশ ভ্রমণ যোগ দেখা যায়। অবুজ আপোনাৰ জন্য শুভ । শুভ সংখ্যা ৪।

কন্যা : সামাজিক সন্মান বৃদ্ধি। বিবাহ বিষয়ে শুভ ফল পাব। ছোট ব্যৱসায় ভাল চলিব। শৰীৰ স্বাস্থ্য মধ্যম। মানসিক উদ্বেগ অলপ হ’লেও থাকিব। মাটিয়া শুভ ৰং। শু সংখ্যা ১।

তুলা : ধনাগম বৃদ্ধি। প্ৰাপ্য আদাৰে ক্ষেত্ৰত বাধা নাই। দাম্পত্য অশান্তি বৃদ্ধি পোৱা ৷ আশংকা। সন্তানৰ সাফল্য আনন্দ বৃদ্ধি কৰে। প্ৰেম শুভ। সাদা ৰং শুভ। শুভ সংখ্যা ৬।

বৃশ্চিক : সামাজিক উৎসৱে অংশগ্ৰহণ কৰিব পাৰে। কর্মক্ষেত্ৰ পৰিকল্পনা মাফিক অগ্ৰসৰতা লাভ। খৰচৰ মাত্রা বৃদ্ধি। পাৰিবাৰিক মধ্যম। আকাশী শুভ ৰং। শুভ সংখ্যা ৯।

ধনু : আর্থিক ভাল, কিন্তু দিনটো ব্যয়বহুল হাত পাৰে। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়া ঠিক হ’ব। বিদ্যাত বাধা। কৰ্মপ্ৰাৰ্থীৰ শুভ ফল। মাটিয়া শুভ ৰং। শুভ সংখ্যা ৮।

মকৰ : বুদ্ধিজীৱিৰ সুনাম বৃদ্ধি কৰে। ব্যৱসায় অর্থ বিনিয়োগ কৰিব পাৰে৷ পাৰিবাৰীক সম্যাৰ বজায় থাকিব। ঘৰলৈ অতিথি আগমন। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ১।

কুম্ভ : সন্তানেৰে প্ৰতিভাৱ বিকাশ। কর্মক্ষেত্ৰত আদর্শবাদী মনোভাব বজায় ৰাখিব। সামাজিক ব্যস্ততা বৃদ্ধি। প্রেমে বাধা দেখা যায়। ক ’লা শুভ ৰং। শুভ সংখ্যা ৭।

মীন : পৈতৃক সম্পত্তি লাভৰ সম্ভৱনা পৰিলক্ষিত হয়। কোনো নিকট আত্মীয় স’তে মতবিৰোধ হোৱাৰ আশংকা আছে আর্থিক ক্ষেত্র শুভ ফল। নীলা ৰং শুভ। শুভ সংখ্যা ১।

Exit mobile version