Earthquake : ভূমিকম্পত কঁপিল নিকোবৰ দ্বীপপুঞ্জ

1677058245 earthquake

Earthquake :

এইবাৰ ভূমিকম্পত কঁপিল নিকোবৰ দ্বীপপুঞ্জ । সোমবাৰে পুৱাই কম্পন অনুভূত হৈছে বুলি জনালে নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ) য়ে। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৫।

এনচিএছ সূত্ৰৰ মতে, সোমবাৰে পুৱা ৫:০৭ বজাত ভূমিকম্পৰ কম্পন অনুভূত হয় । কিন্তু কম্পনৰ ফলত কোনো ক্ষয়ক্ষতি বা প্ৰাণহানি হোৱা নাই। যোৱা কিছুদিনত দেশৰ বিভিন্ন প্ৰান্তত কম্পন অনুভূত হয় ।

Exit mobile version