Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 3

Horoscope:ৰাশিফল

মেষ : গৃহ সুখ-শান্তি বজায় থাকিব কাৰকতা দেখা যায়। এই ৰাশি লোক যান- বাহন চলোৱা সময়ত সাৱধান থাকিব। কথা-বার্তাতে সংযম ৰক্ষা কৰিব। গেৰুৱা শুভ ৰং । শুভ সংখ্যা ৩।

বৃষ : কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তন হ’ব পাৰে। অচনা-আজানা ব্যক্তি প্রয়োজন সাহয্য কৰিব পাৰে। সন্তানৰ শুভ। নীল ৰং শুভ। শুভ সংখ্যা ৮।

মিথুন : দিনতো শাৰীৰিক আঘাত পাব পাৰে আশংকা আছে। বিশেষ হাতত আঘাত পাব। বেচি আঘাত পোৱাৰ আশংকা। আর্থিক ক্ষেত্রত শুভ। হালধীয়া ৰং শুভ। শুভ সংখ্যা ৬।

কৰ্কট : ব্যৱসায় ক্ষেত্ৰ ভাল হ’ব নতুন ব্যৱসায়ে সন্ধান পাব। নিজৰ ভূলে কিছু ক্ষতি হ’ব পাৰে। সন্তানৰ শুভ। ৰঙা ৰং শুভ। শুভ সংখ্যা ৩।

সিংহ : বিদেশ বাসৰত, আপোনজনৰ কোন সংবাদে মানসিক অস্থিৰতা বৃদ্ধি হ’ব। বিবাহৰ প্ৰস্তাৱ নাকচ হ’ব। আশংকা দেখা যায়। গেৰুৱা ৰং শুভ। শুভ সংখ্যা ৯।

কন্যা : ধনাগম বাধা-গ্ৰস্থ হ’ব পাৰে। মূল্যৱান সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা থকা দেখা যায়। প্রেমত শুভ ফল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

তুলা: শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ অশুভ কাৰকতা। সন্তানৰ কৰ্ম সাফল্য লাভ । আৰ্থিক ভাল। মাতৃৰ অশুভ। বেঙুণীয়া শুভ ৰং। শুভ সংখ্যা ১।

ধনু : কোনো বন্ধুৰ সাহায্য-সহায় পাব। চাকৰিজীৱীৰ গতানুগতিক। আর্থিক আদান-প্রদান ক্ষেত্রত সাৱধান হোৱা প্ৰয়োজন। পাৰিবাৰিক মাধ্যম। বেঙুণীয়া ৰং শুভ। শুভ সংখ্যা ৫।

মকৰ : মূল্যবান সম্পত্তিৰ ক্ষতি হ’ব পাৰে। চাকৰি লোকৰ দ্বায়িত্ব বৃদ্ধি। স্বাস্থ্যজনিত সমস্যাৰ ভুগিব পাৰে। সন্তানৰ ভুলে সন্মান লাঘব হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কুম্ভ : ব্যৱসায়-বাণিজ্য ভাল দেখা যায়। সন্তান সুখ লাভ। কোনো শুভকর্ম আৰম্ভ কৰি পাৰে। কর্মপ্রার্থী চেষ্টা অব্যাহত ৰাখিব। গেৰুৱা শুভ ৰং । শুভ সংখ্যা ৩।

মীন : কোনো আত্মীয় দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা দেখা যায়। শিক্ষার্থী শুভফল আশা কৰিব পাৰে। আর্থিক ক্ষেত্ৰত অসুবিধা হ’ব পাৰে। আকাশী নীলা শুভ ৰং। শুভ সংখ্যা ৮।

Exit mobile version