Guwahati Earthquake :
গুৱাহাটী আৰু ইয়াৰ পাশ্বৰ্ৱতী অঞ্চলত আজি পুৱতি নিশা অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলা।
ভূপৃষ্ঠৰ পৰা প্ৰায় দহ কিলোমিটাৰ গভীৰতাত আছিল ইয়াৰ উৎস। ভূমিকম্পৰ ফলত হয় নাই কোনো ক্ষয়–ক্ষতি ৷