Deadbody Recovered In Rajaduarghat : উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ৰজাদুৱাৰ ঘাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ

88e66063 a74c 4994 b232 c8ab945739d5

Deadbody Recovered In Rajaduarghat :

উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত আজি দুপৰীয়া উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ । ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয়লোকে ৷

লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো জি এম চি এইছৰ মৰ্গলৈ প্ৰেৰণ কৰে ৷ উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version