Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 6

Horoscope:ৰাশিফল

মেষ : বিদ্যাত বিশেষ বাধা নাই। শৰীৰ সম্পৰ্কে সচেতন থকা ভাল। কর্মক্ষেত্র কিছু অসুবিধা হ’ব পাৰে। আর্থিক মধ্যম। নীল শুভ ৰং । শুভ সংখ্যা ২।

বৃষ : কৰ্মত দায়িত্ব পালন কৰি শান্তি অনুভৱ কৰিব। শিক্ষা ক্ষেত্র বিশেষ বাধা নাই। বৰ্তমান পৰিৱেশে ভ্রমণ নকৰা ভাল । ৰং শুভ ৰং । শুভ সংখ্যা ৩।

মিথুন : পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰা উচিত। ব্যৱসায়-বাণিজ্য মধ্যম। ব্যয় দমন কৰা উচিত। প্ৰেমত দাম্পত্য মধ্যম। সেউজীয়া শুভ ৰং । শুভ সংখ্যা বৃদ্ধি হ’লেও যুক্তিসংগত কাৰণ থাকিব। গেৰুৱা ৰং শুভ। শুভ সংখ্যা ৪।

সিংহ : কোনো কাৰণে মনোকষ্ট পাব পাৰে। উচ্চশিক্ষাতে কোনো বাধা নাই। প্রেমে দুর্ভাবনা থাকিব। আর্থিক মধ্যম। ৰঙা ৰং শুভ। শুভ সংখ্যা ৮।

কন্যা : দিনটোতে কিছু সমস্যা সৃষ্টি হ’ব পাৰে। দিনটোত আবেগ এবং ক্রোধ দমন কৰা উচিত ৷প্ৰেমৰ দাম্পত্য মধ্যম ৷সেউজীয়া শুভ ৰং ৷শুভ সংখ্যা ১ ৷

তুলা : যোগ্য জনৰ বিশেষ স্বীকৃতি লাভ। বিদ্যাতে অনুকূল পৰিৱেশ। সন্তানৰ সাফল্য লাভ। সদা ৰং শুভ। শুভ সংখ্যা ২।

বৃশ্চিক : দিনটো খাদ্যদিৰ উপৰে নিয়ন্ত্রণ বজায় ৰাখুন। দিনটোত বিভিন্ন অসুবিধা হোৱাৰো দেখা যায়। দাম্পত্য মধ্যম ফল। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ৮।

ধনু : দিনটোত কৰ্মত আগবঢ়োৱা বৃদ্ধি হ’ব। গুৰুত্বপূৰ্ণ কৰ্ণ সম্পাদন পূর্বে যথেষ্ট বিচাৰ বিবেচনা কৰিব। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। নীলা ৰং শুভ। শুভ সংখ্যা ৩।

মকৰ : পাৰিপাৰ্শ্বিক পৰিস্থিতি অশান্ত হ’ব। কৰ্মেৰ জন ক্ষতি কাৰক হ’ব পাৰে। বিদ্যা শিক্ষাৰ ক্ষেত্ৰে তেওঁ বাধা নাই। স্বাস্থ্য মধ্যম। গেৰুৱা শুভ ৰং । শুভ সংখ্যা ৮।

কুম্ভ : মানসিক দৃঢ়তা বজায় ৰখাৰ চেষ্টা কৰিব। কোনো যোগাযোগে উপকৃত হ’বনে। ব্যৱসায় অনুকূল। মাতা-পিতাৰ মধ্যম। নীলা শুভ ৰং। শুভ সংখ্যা ১ ৷

মীন : মাতৃৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। দিনটোতে নতুন যোগাযোগ সুফল দিব পাৰে। কৰ্মপ্ৰাৰ্থীৰ ভাল। ধনস্থান ভাল। হলুদ শুভ ৰং। শুভ সংখ্যা ৫।

Exit mobile version