Horoscope:ৰাশিফল মেষ : আজি নতুন যোগাযোগত লাভৱান হ’ব পাৰে। ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়। আজি পশ্চিম দিশত যাত্ৰা কৰিব। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি ঘৰৰ পৰা ওলাব। আপোনাৰ শুভ ৰং বগা। শুভ সংখ্যা বিদ্যাত শুভ। শৰীৰ খুব বেয়া নাযাব । আজি যাত্ৰা বা ভ্ৰমণ কৰাৰ সময়ত বগা ৰং ব্যৱহাৰ নকৰিব আজি তাৰা দেৱীৰ স্তৱ পাঠ কৰিব। শুভ ফল পাব। শুভ ৰং কমলা, শুভ সংখ্যা ৮। বৃষ : আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। অংশীদাৰী ব্যৱসায়ৰ ওপৰত নজৰ ৰাখক। বৈবাহিক জীৱনত কিছু বাধা আহিব পাৰে উত্তৰ-পূৰ্ব দিশত যাত্ৰা কৰিলে শুভ ফল পাব। শুভ ৰং নীলা। শুভ সংখ্যা ২ কর্কট : ব্যৱসায়ীৰ কাৰণে দিনটো বিশেষ শুভ নহ’ব। পাৰে। আজি আপুনি আৰ্থিক লেন-দেনৰ কাৰণে যাত্ৰা নকৰিব। অতি প্ৰয়োজন হ’লে দিনৰ তিনি বজাৰ পাছত কৰিব। শুভ কৰ্মত হালধীয়া ৰং ব্যৱহাৰ কৰক। ভ্ৰমণ নকৰিব শুভ সংখ্যা ৫। সিংহ : আজি প্রায় দিশতে আপোনাৰ দক্ষতা থাকিব। শৰীৰো খুব বেয়া নাযাব। আজি আপুনি ক্ৰীম ৰঙৰ কাপোৰ-কানি ব্যৱহাৰ কৰক। যাত্ৰা কৰিলে দক্ষিণ দিশত কৰিব। আজি উপবাস থাকি বগলা দেৱীৰ পূজা কৰক শুভ ৰং ক্রীম। শুভ সংখ্যা ২। কন্যা : আজিৰ দিনটো আপোনাৰ কাৰণে শুভ যদিও, আর্থিক লেন-দেনত সাৱধান থাকিব। নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাত সুখ অনুভৱ কৰিব। আজি শুভ কৰ্মত যাত্ৰা কৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰিব। ভ্রমণ কৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮। তুলা : দিনৰ ন বজাৰ পৰা কিছু উন্নত। আর্থিক দিশত শুভ ফল পাব। আজি আপোনাৰ কাৰণে শুভ ৰং পাতল সেউজীয়া । আজি যাত্ৰা কৰোতে শ্বেত চন্দনৰ ফুট কপালত লগাব। বিদ্যাত দৃঢ়তা থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯। বৃশ্চিক : ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ দিন। দাম্পত্য জীৱনত কিছু বাধা থাকিব চাকৰিৰ ক্ষেত্ৰত শুভ যোগাযোগ হ’ব পাৰে। আজি আপুনি পৰাপক্ষত যাত্রা নকৰিব। আপোনাৰ শুভ ৰং আজি মেরুন। শুভ সংখ্যা ২। ধনু : ব্যৱসায়ত লাভৰ কাৰকতা। বিদ্যাত শুভ ফল পাব। ৰাতিপুৱা সাত বজাৰ পাছত যাত্ৰা কৰিব আৰু এই সময়ত কলা ৰং ব্যৱহাৰ নকৰিব। আজি ভ্ৰমণ কৰিলে সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ ফল পাব। শুভ সংখ্যা ৬। মকৰ : পুৱা ১০টালৈ কিছু সাৱধান থকা ভাল। ঘৰুৱাত তেনে বাধা নাই আজি যাত্ৰা কৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰিব। ব্যৱসায়িক যোগাযোগৰ শুভ ফল প্রাপ্তিৰ সম্ভাৱনা। ভ্রমণাদিত মধ্যম। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬। কুম্ভ : আর্থিক দিশত শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ত আয় বৃদ্ধিৰ সম্ভাৱনা। আজি আপুনি শিৱ মন্দিৰত চাকি জ্বলাব। আবেলি পাঁচ বজাৰ পাছত যাত্ৰা নকৰিব। আজি আপোনাৰ শুভ ৰং বগা।, শুভ সংখ্যা ৫। মীন : সাৱধানেৰে দিনটো পাৰ কৰ। দৰকাৰী কামত অৱহেলা নকৰিব। আজি আপুনি শুভ কামৰ কাৰণে যাত্ৰা নকৰিব। অতি প্ৰয়োজন হ’লে নীলা ৰঙৰ কাপোৰ পিন্ধিহে ওলাব। শুভ সংখ্যা ১।

WhatsApp Image 2023 01 13 at 1.58.51 PM 8

Horoscope:ৰাশিফল

মেষ : আজি নতুন যোগাযোগত লাভৱান হ’ব পাৰে। ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়। আজি পশ্চিম দিশত যাত্ৰা কৰিব। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি ঘৰৰ পৰা ওলাব। আপোনাৰ শুভ ৰং বগা। শুভ সংখ্যা বিদ্যাত শুভ। শৰীৰ খুব বেয়া নাযাব । আজি যাত্ৰা বা ভ্ৰমণ কৰাৰ সময়ত বগা ৰং ব্যৱহাৰ নকৰিব আজি তাৰা দেৱীৰ স্তৱ পাঠ কৰিব। শুভ ফল পাব। শুভ ৰং কমলা, শুভ সংখ্যা ৮।

বৃষ : আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। অংশীদাৰী ব্যৱসায়ৰ ওপৰত নজৰ ৰাখক। বৈবাহিক জীৱনত কিছু বাধা আহিব পাৰে উত্তৰ-পূৰ্ব দিশত যাত্ৰা কৰিলে শুভ ফল পাব। শুভ ৰং নীলা। শুভ সংখ্যা ২

কর্কট : ব্যৱসায়ীৰ কাৰণে দিনটো বিশেষ শুভ নহ’ব। পাৰে। আজি আপুনি আৰ্থিক লেন-দেনৰ কাৰণে যাত্ৰা নকৰিব। অতি প্ৰয়োজন হ’লে দিনৰ তিনি বজাৰ পাছত কৰিব। শুভ কৰ্মত হালধীয়া ৰং ব্যৱহাৰ কৰক। ভ্ৰমণ নকৰিব শুভ সংখ্যা ৫।

সিংহ : আজি প্রায় দিশতে আপোনাৰ দক্ষতা থাকিব। শৰীৰো খুব বেয়া নাযাব। আজি আপুনি ক্ৰীম ৰঙৰ কাপোৰ-কানি ব্যৱহাৰ কৰক। যাত্ৰা কৰিলে দক্ষিণ দিশত কৰিব। আজি উপবাস থাকি বগলা দেৱীৰ পূজা কৰক শুভ ৰং ক্রীম। শুভ সংখ্যা ২।

কন্যা : আজিৰ দিনটো আপোনাৰ কাৰণে শুভ যদিও, আর্থিক লেন-দেনত সাৱধান থাকিব। নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাত সুখ অনুভৱ কৰিব। আজি শুভ কৰ্মত যাত্ৰা কৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰিব। ভ্রমণ কৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

তুলা : দিনৰ ন বজাৰ পৰা কিছু উন্নত। আর্থিক দিশত শুভ ফল পাব। আজি আপোনাৰ কাৰণে শুভ ৰং পাতল সেউজীয়া । আজি যাত্ৰা কৰোতে শ্বেত চন্দনৰ ফুট কপালত লগাব। বিদ্যাত দৃঢ়তা থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯।

বৃশ্চিক : ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ দিন। দাম্পত্য জীৱনত কিছু বাধা থাকিব চাকৰিৰ ক্ষেত্ৰত শুভ যোগাযোগ হ’ব পাৰে। আজি আপুনি পৰাপক্ষত যাত্রা নকৰিব। আপোনাৰ শুভ ৰং আজি মেরুন। শুভ সংখ্যা ২।

ধনু : ব্যৱসায়ত লাভৰ কাৰকতা। বিদ্যাত শুভ ফল পাব। ৰাতিপুৱা সাত বজাৰ পাছত যাত্ৰা কৰিব আৰু এই সময়ত কলা ৰং ব্যৱহাৰ নকৰিব। আজি ভ্ৰমণ কৰিলে সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ ফল পাব। শুভ সংখ্যা ৬।

মকৰ : পুৱা ১০টালৈ কিছু সাৱধান থকা ভাল। ঘৰুৱাত তেনে বাধা নাই আজি যাত্ৰা কৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰিব। ব্যৱসায়িক যোগাযোগৰ শুভ ফল প্রাপ্তিৰ সম্ভাৱনা। ভ্রমণাদিত মধ্যম। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কুম্ভ : আর্থিক দিশত শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ত আয় বৃদ্ধিৰ সম্ভাৱনা। আজি আপুনি শিৱ মন্দিৰত চাকি জ্বলাব। আবেলি পাঁচ বজাৰ পাছত যাত্ৰা নকৰিব। আজি আপোনাৰ শুভ ৰং বগা।, শুভ সংখ্যা ৫।

মীন : সাৱধানেৰে দিনটো পাৰ কৰ। দৰকাৰী কামত অৱহেলা নকৰিব। আজি আপুনি শুভ কামৰ কাৰণে যাত্ৰা নকৰিব। অতি প্ৰয়োজন হ’লে নীলা ৰঙৰ কাপোৰ পিন্ধিহে ওলাব। শুভ সংখ্যা ১।

Exit mobile version