Horoscope: দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 10

Horoscope: দিনটোৰ ৰাশিফল

মেষ : সাৱধানে দিনটো পাৰ কৰক। দৰকাৰী কামত অৱহেলা নকৰিব। শৰী বৰ ভালেৰে নাযাব পাৰে। বিদ্যাত মজলীয়া ফল। খাদ্যাদিত যত্ন লওক। প্রেম বিবাদ । শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।

বৃষ : উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। আর্থিকতো বিশেষ কষ্ট নাপাব। বিদ্যাত মনোযোগ দিব পাৰিব। ব্যৱসায়ত বেয়া নহ’ব। শুভ ৰং বগা, শুভ সংখ্যা ৩।

মিথুন : সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপাব। অত্যন্ত শুভ কথাতো সন্তোষ কম পাব। আর্থিকত ব্যয় বৃদ্ধি পাব। শৰীৰৰ দুৰ্বলতা থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

কর্কট : ফৰকাল অনুভৱ কৰিব। কর্মক্ষেত্ৰতো বিশেষ বাধা নাপাব। কর্তব্যত আগ্রহ বাঢ়িব। শৰীৰৰ বিশেষ সমস্যা নাথাকিব। উৎসাহজনক কথাত যোগদান। শুভ ৰং সোণালী, শুভ সংখ্যা ৭।

সিংহ : আনন্দ প্রাপ্তিৰ যোগ। কোনো কর্মত আনন্দ পাব। পৰিৱেশো প্রতিকূল নহ’ব। পঢ়া-শুনাত বাধা কম। ব্যৱসায় বা স্বাধীন কৰ্মজীৱনৰ প্রতি আস্থা আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

কন্যা : আকস্মিক অৰ্থ প্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব। শৰীৰ খুব উন্নত নহ’ব। অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।

তুলা : দুৰ্ভাৱনা এৰাব নোৱাৰিব। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব। কিবা দৰকাৰী কাম আছে যদিও সমাধানৰ চেষ্টা ৰাখক। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।

বৃশ্চিক : আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা ঈন্সিত আশা পূৰণৰ কাৰক। কৰ্মত মধ্যম। দুই-এটা কামত দুশ্চিন্তাও সোমাব। উপায়হীনে নতুন আশা দেখিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

ধনু : শৰীৰ সম্পৰ্কে অলপ সচেতন থাকক। আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক। কিন্তু দুই-এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব। পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

মকৰ : উন্নত পৰিৱেশ। দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত । আর্থিকত বেয়া দেখা নাযায়। শিল্প বিদ্যাত আন্দৰ। দাম্পত্যত অলপ দুশ্চিন্তা থাকিব। শুভ ৰং, শুভ সংখ্যা ১

কুম্ভ : কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও ভবা শুনা কৰি ল’ব। কৰ্মত নতুন উদ্যম। আর্থকত খৰু বৃদ্ধি পাব। প্রেম-প্রীতিত মধ্যম। পঢ়া-শুনাত খেলি-মেলি থাকিব। শুভ ৰং কমলা, শুভ সংখ্যা ৬।

মীন : পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্ত সকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব। ঘৰুৱাত শুভ কর্ম সম্পাদন। আৰ্থিকত মজলীয়া। শুভ ৰং মেৰুণ, শুভ সংখ্যা২ ৷

Exit mobile version