Horoscope: দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 10

Horoscope :

মেষ : কর্মতৎপৰতা থাকিব। কিন্তু শৰীৰ মধ্যম। প্রেম বিৰোধ । প্ৰতিকাৰ, শুভ ৰং ৰঙা। শুভ সংখ্যা -৯। তুলসী গছত পানী দিব।

বৃষ : কৰ্মৰ উদ্বেগ থাকিব। তথাপি যোগাযোগ ৰক্ষা কৰিব পাৰিব। উচ্চশিক্ষাত ভাল দেখা যায়। প্রতিকাৰ- সকাল এবং সন্ধিয়া সময়ত শুক্রস্তোত পাঠ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা-৭।

মিথুন : কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ যোগ। প্ৰতিকাৰ- শুভ ৰং নীলা। শুভ সংখ্যা ৪। দুধেল গৰুকে দানা খাওয়াবেন।

কর্কট : কর্মস্থানে বা বিষয়ে কিছু চিত্তি থাকিব। বিদ্যাত পাৰিবাৰিক শুভ। স্বাস্থ্য মধ্যম। প্ৰতিকাৰ – তামৰ পাত্ৰ জল পান কৰিব। শুভ ৰং সেউজীয়া ।শুভ সংখ্যা ২।

সিংহ : কর্মস্থানত সচ্ছলতা নাথাকিব। প্রেমে এবং দাম্পত্য মধ্যম। ৰুক্ষ ব্যৱহাৰ বৰ্জন কৰিব। প্ৰতিকাৰ – সূৰ্য প্ৰণাম কৰিব। শুভ ৰং পাতল নীলা। শুভসংখ্যা ৮।

কন্যা : আর্থিক দিশত ভাল দেখা যায়। বিদ্যাৰ্থীৰ বাধা আছে। প্ৰতিকাৰ- এজন ল’ৰাৰকে পায়স খোৱাব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

তুলা : আর্থিক ভাল। ব্যৱসা-বাণিজ্য মধ্যম। বিবাহৰ যোগ দেখা যায়। প্ৰতিকাৰ- হনুমান চালিশা পাঠ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৬।

বৃশ্চিক : ভ্রমণ যোগ যায়। ব্যৱসায় ভাল। উচ্চশিক্ষাতে বাধা দূৰ হ’ব। শুভ ৰং সোণলী। শুভ সংখ্যা ৩। মঙ্গল স্তোত্র পাঠ কৰিব।

ধনু :কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল। উচ্চশিক্ষাত বাধা দূৰ হ’ব। শুভ ৰং হালধীয়। শুভ সংখ্যা ৮। কোন পূজাৰীকে ফল দান কৰিব।

মকৰ : কৰ্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্ৰাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল ৷ ভ্ৰমণত লাভজনাক ফল কম। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪।

কুম্ভ : শিল্প কলাত পাৰদৰ্শিতা বৃদ্ধি। দিনটোত খৰচৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। শৰীৰ মাধ্যম ক’লা শুভ ৰং । শুভ সংখ্যা ৬। আজি অলপ ক’লা তিল খাব।

মীন : আজি কিছু কাৰ্যসূচীৰ সুস্থ সমাধান পাব। নতুন কোনো আশা পূৰণ হ’ব। শুভ ৰং গুলপীয়া । শুভ সংখ্যা ১। আজি নিৰামিষ আহাৰ খাব ।

Exit mobile version