Horoscope: দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 11

Horoscope: দিনটোৰ ৰাশিফল

মেষ : ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি ব্যস্ততা বাঢ়িব, মনৰ অস্থিৰতা বাঢ়িব। বিদ্যাত শুভ, নীলা ৰং ব্যৱহাৰ কৰিব, শুভ সংখ্যা ২।

ADVERTISEMENT

বৃষ : পুৰণি সমস্যা সমাধান হ’ব। ধন আগমনৰ যুগ আছে। কৰ্মত শুভ, বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।

মিথুন : ব্যৱসায়-বাণিজ্যত শুভ। সামাজিক কামত ব্যস্ততা বাঢ়িব। বিতৰ্কৰ পৰা দূৰত থাকক। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। সেউজীয়া শুভ ৰং, শুভ সংখ্যা ৪

কর্কট : নতুন কৰ্মৰ সুযোগ পাব। সেউজীয়া কামৰ গুৰুত্ব বাঢ়িব। বিদ্যাত শুভ, প্ৰেম বা পাৰিবাৰিক অশান্তি হ’ব পাৰে। শুভ সংখ্যা ১ শুভ ৰং নীলা ৷

সিংহ : কোনো সু-সংবাদ আহিব পাৰে। কৰ্মত শুভ, মনৰ শান্তি সমৃদ্ধি বাঢ়িব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

কন্যা : কৰ্মত শুভ। ৰাতিপুৱা তুলসিৰ তলত পানী ঢালিব। নতুন সংবাদ আনন্দিত কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা : শৰীৰ যত্ন ল’ব। ভাবি থকা কথা স্মৰণ হ’ব, ব্যৱসায় শুভ, প্রেমত মাধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃশ্চিক: কর্মক্ষেত্র ভাল সুযোগ লাভ কৰিব। মনৰ চঞ্চলতা বাঢ়িব, অন্য লোকৰ প্ৰশংসা পাব। পুৰণি সমস্যা সমাধান হ’ব। হালধীয়া বা ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৩।

ধনু : বন্ধুবৰ্গৰ পৰা লাভৱান হ’ব, আৰ্থিক যোগাযোগ বাঢ়িব। কর্ম ব্যস্ততা বাঢ়িব। বগা বস্ত্ৰ পৰিধান কৰিব, শুভ সংখ্যা ৬।

মকৰ : মানসিক চিন্তা বাঢ়িব যদিও দিনতো আনন্দৰে পাৰ হ’ব, ইতিবাচক চিন্তাই আনন্দিত কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

কুম্ভ : সমস্যা সমাধানৰ পথ মুকলি হ’ব, বন্ধুৰ সহায় সহযোগিতা লাভ আনন্দ দিব। প্ৰেমত শুভ, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৪।

মীন : কৰ্মক্ষেত্ৰ নিজৰ স্থিতি বজায় ৰাখিব। দিনটো হতাশাৰ মাজৰে পাৰ হ’ব। যদিও নিজৰ চিন্তাৰ দ্বাৰা আনন্দিত হ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।

Exit mobile version