Horoscope: দিনটোৰ ৰাশিফল
মেষ : ব্যৱসায়ত লাভৰ মাত্ৰা বৃদ্ধি পাব। স্বাস্থ্য সম্পর্কে সাৱধান হ’ব। অধ্যয়নত মনোনিবেশ কৰা বাঞ্চনীয়। বিয়া-বাৰুৰ কথাত আগনবঢ়াই ভাল
বৃষ : পৈতৃক সম্পত্তি সম্পৰ্কীয় কথাই মনত আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্ৰেমত সাৱধান হ’ব। স্বাস্থ্য মধ্যমীয়া।
মিথুন : মানসিক অশান্তি ভুগিব পাৰে। বিবাহত সমস্যাৰ সন্মুখীন হ’ব। কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক। চাকৰিয়ালৰ শুভ ।
কর্কট : অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। প্ৰেমত নতুন প্ৰস্তাৱা আহিব। অধ্যয়নত নিৰোৎসাহ হোৱাৰ যোগ।
সিংহ: পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায় ভিত্তিক উত্থান পতনে আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰেমত আনন্দ। বিদ্যাত সাফল্য৷
কন্যা : পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে। পঢ়া-শুনাত চেষ্টা অব্যাহত ৰাখক। পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব।
তুলা : মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব। সন্তানৰ ভালেই যাব। ছাত্র- ছাত্ৰীসকলৰ বাবে দিনটো শুভ। মনোবল ৰাখিব।
বৃশ্চিক: সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব। কৰ্মক্ষেত্ৰত সৰু- সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। ঘৰুৱা শুভ। প্ৰেমত বাধা।
ধনু : বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু-সুৰা বাধা আহিব। কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। বিদ্যাত জটিলতা প্ৰেমত আনন্দ প্রাপ্তি।
মকৰ : চাকৰিৰ ক্ষেত্ৰত সতৰ্ক হৈ চলা ভাল। আর্থিক দিশত উন্নতি লাভ কৰিব।বিবাহৰ যোগাযোগ। প্ৰেমত মধ্যম।
কুম্ভ : চাকৰিৰ্ত সাল্য লাভৰ যোগ। বিদ্যাত খুব এটা বেয়া নহয়। পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ।
মীন : বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু-সুৰা বাধা আহিব কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। প্ৰেমত আনন্দ বিদ্যাত বাধা।