Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 12

Horoscope :

মেষ : কর্মত শুভ। নিজকে শক্তিশালী কৰি ৰাখিব। আনৰ কথাত মন নিদিব। বগা বস্ত্ৰ পৰিধান কৰিব। শুভ  সংখ্যা ৮।

বৃষ : নিজৰ অৰ্হতাৰ ওপৰত স্থিতি নিয়ন্ত্ৰণ কৰিব। পুৰণি কামবোৰ সফল হ’বলৈ গৈ আহে। বিদ্যাত শুভ, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মিথুন : স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। মনৰ চঞ্চলতা বাঢ়িব। কৰ্মত মাধ্যম,নীলা কাপোৰ পৰিধান কৰিব। শুভ সংখ্যা ১।

কৰ্কট : বন্ধু বৰ্গৰ পৰা দূৰত থাকক। মনলৈ কোনো দুঃচিন্তা আহিব পাৰে। উচ্চকাংক্ষা বজায় ৰাখক। কৰ্মত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

সিংহ : মনৰ অশান্তি বাঢ়িব। প্ৰেমত মাধ্যম। আয়তকৈ ব্যয় বৃদ্ধি। নতুন সংস্থাপনৰ যোগ আছে। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ৬।

কন্যা : দিনতো অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ পৰা দূৰত থাকক। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।

তুলা : নিজৰ স্থিতি বজাই ৰাখি কাম কৰক পুৰণি হেৰুৱা বস্তু ঘূৰাই পোৱা আশা আছে। পুৱা তুলসীৰ তলত পানী ঢালিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃশ্চিক : বন্ধুবৰ্গৰ পৰা দূৰত থাকক নাইবা অযথা শত্রু বৃদ্ধি পাব। শিক্ষাৰ্থীৰ বাবে শুভ। কর্মত মাধ্যম। প্ৰেমত শুভ, বেঙুণীয়া ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।

ধনু : মনৰ অস্থিৰতা বাঢ়িব। ব্যৱসায়ত শুভ। ভ্ৰমণ কৰতো সোঁ ফালৰ পৰা কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭।

মকৰ : ব্যৱসায়ত কিছু জটিল সমস্যা সন্মুখীন হ’ব পাৰে। মনৰ অশান্তি আছে যদিও দিনতো ভাল যাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।

কুম্ভ :ব্যৱসায়ত মাধ্যম। নতুন কাম সুযোগ পাব পাৰে। দু-চিন্তা মনলৈ আহিব নিদিব। আর্থিক লাভৰ সম্ভৱনা আছে, বগা বস্তু ব্যৱহাৰ কৰক, শুভ সংখ্যা ১।

মীন : অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰাসাম্য বজায় ৰাখক। আর্থিকত ভাল, বিদ্যাত শুভ, শুভ ৰং নীলা, শুভ সংখ্যা ৫।

Exit mobile version