Asom Sahitya Sabha Vice-President:অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি ড:গিৰীশ সন্দিকৈৰ ফেচবুক একাউণ্ট হেক !

উপ-সভাপতিগৰাকীয়ে পদত্যাগ কৰা বুলি ফেচবুকত প্ৰচাৰ

WhatsApp Image 2023 03 24 at 19.40.07

Asom Sahitya Sabha Vice-President:

অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি ড: গিৰীশ সন্দিকৈয়ে সাহিত্য সভাৰ পৰা পদত্যাগ কৰা বুলি ফেচবুক একাউণ্টত প্ৰকাশ কৰাৰ পাছতে স্বয়ং উপ- সভাপতি গৰাকীয়ে সদৰি কৰে যে তেওঁ সাহিত্য সভাৰ পৰা পদত্যাগ কৰা নাই।

সন্দিকৈৰ ফে’চবুক একাউণ্ট হেক কৰিলে দুষ্ট চক্ৰই। উল্লেখ্য যে,উপ-সভাপতিগৰাকীয়ে পদত্যাগ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে বাতৰি। কোনো দুষ্টচক্ৰই ফে’চবুক একাউণ্ট হেক কৰি চলাইছিল পদত্যাগৰ অপপ্ৰচাৰ

Exit mobile version