Horoscope: দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 14

Horoscope: দিনটোৰ ৰাশিফল

মেষ : সাৱধানেৰে কামত আগুৱালক। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব। দাম্পত্যত বুজাবুজি ৰাখক ।

বৃষ : আর্থিকত কষ্ট অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত যোগ্যতা দেখা যাব। লিখা- পঢ়াত অগ্রগতি। বন্ধু-বান্ধৱৰ আদৰ। শৰীৰ মধ্যম।

মিথুন : প্রায় অনুকূল প্রভাৱ। শৰীৰো প্ৰায় ভালেৰেই পাৰ হ’ব। সন্তানৰ পৰা সু-সংবাদ লাভ। দাম্পত্যত সহায় পাব ।

কর্কট : আর্থিকত তেনে বাধা দেখা নাযায়। ঘৰুৱা দিশতো খুব বেয়া নহ’ব নিবনুৱাৰ কৰ্ম প্ৰাপ্তি লাভ। ভ্ৰমণৰ সুযোগ।

সিংহ : কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ হ’ব দৈহিক দিশত শুভ। প্ৰেমত মধ্যম। ঘৰুৱা চিন্তা।

কন্যা : শাৰীৰিক দিশত শুভ। পুৰণা মামলা -মোকদমাৰ নিষ্পত্তি হ’ব পাৰে বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য।

তুলা : আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য, লাভ। বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপুৰীয়াৰ পৰা সাৱধান ।

বৃশ্চিক :শৰীৰ মধ্যম। কৰ্মত সৰু-সুৰা বাধা থাকিব। ব্যৱসায়ত আনৰ সহায় লাভ। দাম্পত্যত চিন্তা।

ধনু : মধ্যম ফল। বিদ্যাত জুটিল চিন্তা এৰাব পাৰিব। সন্তানৰ বাবে চিন্তা থাকিব। দাম্পত্যতো তদ্রুপ।

মকৰ : দিনৰ ১০ বজাৰ পৰা ভাল সংযোগ দেখা যায়। মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব।

কুম্ভ : গতানুগতিক কামত বেছি বাধা নাই। দাম্পত্যত ভালেই। কর্মক্ষেত্ৰত বাধা আঁতৰিব। শুভ সংবাদ লাভ ।

মীন : আনন্দ প্রাপ্তিত যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি শৰীৰ খুব উন্নত নহ’ব।

Exit mobile version