Horoscope: দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 15

Horoscope: দিনটোৰ ৰাশিফল

মেষ : উদয় পীড়া, কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কর্মযুগ দেখা যায়। বিদ্যা শুভ, শত্ৰুৰ বৃদ্ধি পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ : ৰাইজৰ লগত বিদ্যাত সুফল পাব, ব্যৱসায়ীসকলে নতুন নতুন সুযোগ পাব পাৰে। কর্মক্ষেত্ৰত কোনো প্ৰসংগত অসুবিধাৰ সন্মুখীন হ’ব। বগা ৰং শুভ, শুভ সংখ্যা ৪।

মিথুন : উৎসৱত অংশগ্রহণ। দুই এটা সম্ভাব্য যোগাযোগৰ দ্বাৰা আনন্দিত হ’ব। পাৰিবাৰিক সমস্যা থাকিব। শৰীৰ প্ৰতি যত্ন লওক। শুভ ৰংমেৰুণ, শুভ সংখ্যা ৮।

কর্কট : উত্তম বস্ত্ৰ পৰিধান, আত্মীয়ৰ পৰা শুভ সংবাদ পাব। কর্মস্থানত কোনো প্রভাৱশালী ব্যক্তি সান্নিধ্য উপকৃত হ’ব পাৰিব। আর্থিকত শুভ, শুভ ৰং কমলা, শুভ সংখ্যা ৭।

সিংহ : প্রশংসা লাভ, কোনো শুভ সংবাদ পাব পাৰে। পাৰিবাৰিক শুভ কিন্তু পৰিৱেশ অনুকূল থাকিব। আর্থিক দিশত শুভ, শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

কন্যা : সাহিত্য সেবা, কৰ্মসূত্ৰে দূৰ ভ্ৰমণ কৰিব পাৰিব। বঞ্চিত কৰ্মৰ উন্নতিৰ যুগ আছে প্ৰেমত শুভ। হালধীয়া ৰং ব্যৱহাৰ কৰিব, শুভ সংখ্যা ২।

তুলা : পদোন্নতি, শৰীৰ কিছু উন্নত হ’ব, যোগ্য বক্তিৰ মান সন্মান বাঢ়িব। ৰাজনৈতিক লগত জড়িত ব্যক্তিৰ ব্যস্ততা বাঢ়িব। কর্মক্ষেত্ৰত উন্নতি হ’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

বৃশ্চিক: বন্ধুৰ পৰা আনন্দ, ব্যৱসায়ত মাধ্যম। বিদ্যার্থীসকল সতর্ক থাকক, পাৰিবাৰিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু দাম্পত্য শুভ, শুভ ৰং গোলাপীয়া, শুভ সংখ্যা ৪।

ধনু : ক্রীড়াত সুনাম, ব্যৱসায়িক ক্ষেত্ৰত নিজৰ দক্ষতা বজাই ৰাখকক। দূৰ সম্পৰ্কী আত্মীয়ৰ পৰা কষ্ট পাব। শত্ৰুক আশ্রয় নিদিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

মকৰ : কৰ্মক্ষেত্ৰত মাধ্যম যদিও দুইবজাৰ পাছত ভাল দেখা যায়। মনৰ শান্তি অটুট ৰাখক। বন্ধু-বৰ্গৰ পৰা দূৰত থাকক, শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ : বুদ্ধিজীৱি আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময়। বন্ধু উপদেশত উন্নতিৰ কৰিব পাৰিব। হঠাৎ দুচিন্তা বৃদ্ধি পাব।, মাটিয়া ৰং শুভ। শুভ সংখ্যা ৫।

মীন : দিনটোত আশা কৰা ধৰণে ধন আগমন হ’ব। অযথা চিন্তাই ক্ষতি কৰিব। সন্তানৰ বাবে শুভ, গেৰুৱা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৮।

Exit mobile version