Horoscope: দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 16

Horoscope: দিনটোৰ ৰাশিফল

মেষ : শৰীৰ সুস্থিৰ থাকিব। ভবা মতে কাম কৰিব পাৰিব। আৰ্থিকত অভাৱ থাকিব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।

বৃষ : মন চঞ্চল হ’ব। শিক্ষাৰ্থীৰ সকলৰ মনত আনন্দ আৰু আগ্ৰহ বাঢ়িব প্ৰেমত শুভ। বেঙুণীয়া ৰং শুভ, শুভ সংখ্যা ২।

মিথুন : পাৰিবাৰিক দিশত সুখ শান্তি থাকিব। নতুন কৰ্মৰ সমভেদ পাব বিবাহ প্ৰাৰ্থীৰ বাবে সুখবৰ। শুভ ৰং বগা, শুভ সংখ্যা ৪।

কর্কট : দিনটো শুভ যদিও ১২ বজাৰ পাছত অলপ অশান্তিৰ কাৰণ হ’ব পাৰে শিৱৰ মন্ত্ৰ জপ কৰিব নীলা ৰং বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ১।

সিংহ : বাধা বিঘিনিৰ মাজেৰে কৰ্মত সাফল্য হ’ব পাৰিব। মনৰ অশান্তি, খং-ৰাগ বৃদ্ধি হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

কন্যা : নিজকে অলপ সতৰ্ক কৰি ৰাখক কিছুমান সিদ্ধিন্তত খেলি-মেলি হ’ব পাৰে। কৰ্মক্ষেত্ৰত সামান্য উন্নতি দেখা যায়। শুভ ৰং হালধীয়া, শুভ সংখ্যা

তুলা : পাৰিবাৰিক আৰু প্ৰেমত শান্তিত তথাপিও অলপ বাধা হ’ব পাৰে বন্ধুবৰ্গৰ পৰা দূৰত থাকক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

বৃশ্চিক : ব্যৱসায়ত মধ্যমীয়া। ভ্ৰমণত কষ্ট। ৰাজনীতি, সমাজ কর্মত জড়িতসকলক আকস্মিক সংবাদে আনন্দিত কৰিব। শুভ ৰং গোলাপীয়া, শুভ সংখ্যা ৪।

ধনু : মনত দুচিন্তা আৰু অশান্তিয়ে বৃদ্ধি পাব। ভবা কথা আনৰ আগত প্ৰকাশ নকৰিব। দাম্পত্যত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

মকৰ : শৰীৰটো আগতকৈ কিছু উন্নত হ’ব। পুৰণি ৰোগ আদিৰ পৰা মুক্ত হ’ব নতুন সংবাদে আনন্দিত কৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।

কুম্ভ : বুদ্ধিজীৱি আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময়। বন্ধু উপদেশত উন্নতিৰ কৰিব পাৰিব। হঠাৎ দুচিন্তা বৃদ্ধি পাব।, মাটিয়া ৰং শুভ। শুভ সংখ্যা ৫ ।

মীন : মানসিক ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। বিবাহ প্ৰাৰ্থীৰ বাবে সুসংবাদ আহিব পাৰে। নতুন কৰ্মৰ সন্ধান পাব। শুভ, ৰঙা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৩।

Exit mobile version