Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 16

Horoscope :

মেষ : কর্মক্ষেত্ৰ ভ্ৰমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰবি। প্ৰেমত আনন্দ দিব। বিদ্যাত শুভ। পাতল নীলা কাপোৰ পৰিধান কৰিব দিনতো শুভ হ’ব। শুভ সংখ্যা ৪।

বৃষ : মাটি সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কৰ্মস্থানত কামৰ হেঁচা বাঢ়িব। প্ৰেমত খেলি-মেলি হ’ব পাৰে। নীলা ৰং শুভ, শুভ সংখ্যা ৬।

মিথুন : দায়িত্ব আগতকৈ অলপ বাঢ়িব। নতুন কৰ্মৰ বাবে দূৰ ঠাই ভ্ৰমণ কৰিব পাৰিব। সামাজিক আৰু ৰাজনৈতিকসকলৰ বাবে শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

কৰ্কট : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শতা সংকট মুক্ত কৰিব ভবাতকৈ অধিক ধনৰ আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব। শুভ সংখ্যা ২।

সিংহ : আৰ্থিকত ভাল৷ ভ্ৰমণত শুভ। পুৰণা মামলা মোকাদমা পৰা মুক্ত হ’ব । প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

কন্যা :হেৰুৱা সম্পত্তি পুনৰ প্ৰাপ্তিৰ হ’ব পাৰে। বিদ্যাত শুভ। আর্থিকত শুভ শৰীৰ সম্পৰ্কে উদাস নহ’ব। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ২।

তুলা : বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। নীলা বস্ত্ৰ পৰিধান কৰক। শুভ সংখ্যা ৭।

বৃশ্চিক : সমাজসেৱীসকলক অলপ সতৰ্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

ধনু : শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান প্ৰাপ্তিৰ যোগ। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।

মকৰ : কর্মত শুভ। নিজৰ মান-সন্মান বচায় কাম কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। স্বাস্থ্যৰ প্ৰতি নজন দিয়ক। শুভ ৰং কমলা, শুভ সংখ্যা ৮।

কুম্ভ :ৰাজনৈতিক আৰু সমাজকৰ্মীসকলৰ বাবে শুভ। কৰ্মত মাধ্যক প্ৰেমত শুভ। পাতল সেউজীয়া ৰং শুভ। শুভ সংখ্যা ৩।

মীন : আর্থিক ব্যয়-বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান। শুভ ৰঙা ৰং সেউজীয়া। শুভ সংখ্যা ৭।

Exit mobile version