Deadbody Recovered In Bamunimoidam : মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ !

বামুণীমৈদামত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ

death iStock 1

Deadbody Recovered In Bamunimoidam :

দুদিন পূ্বে মহানগৰীৰ ছয়মাইলস্থিত এএছই বি চৌহদত এজন বিদ্যুত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বামুনীমৈদামত উদ্ধাৰ হ’ল যুৱকৰ মৃতদেহ।

বামুনীমৈদামৰ কালী মন্দিৰ পথৰ ১২ নং গৃহত উদ্ধাৰ হৈছে মৃতদেহটো। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো বাপন দাসৰ বুলি চিনাক্ত কৰে।

উল্লেখ্য যে,নিৰ্মানধীন অট্টালিকা এটাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল যুৱকজন। ঘটনা সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে কালী মন্দিৰ অঞ্চলত ৷

Exit mobile version