Home News Assam Indian Army : ভাৰতীয় সেনা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উদ্যোগ ৰক্তদান শিবিৰ By publisher 2 years Ago ShareShareShareShare Indian Army : তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংকত পৰ্যাপ্ত পৰিমাণৰ তেজ মজুত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেজপুৰস্থ আৰ্মি বেছ হাস্পতাল আৰু টি এম চি এইছৰ যৌথ উদ্যোগত এক ৰক্তদান শিৱিৰ আয়োজন কৰে ৷ADVERTISEMENT শিৱিৰত ৯৭ জন সেনাৰ স্বেচ্ছাসেৱকে উৎসাহেৰে ৰক্তদান কৰে। আনহাতে অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীৰ এটা দলে ৰক্তদান শিৱিৰ পৰিচালনা কৰে । Share this: Click to share on X (Opens in new window) X Click to share on Facebook (Opens in new window) Facebook Click to share on LinkedIn (Opens in new window) LinkedIn Click to share on WhatsApp (Opens in new window) WhatsApp More Click to share on Pinterest (Opens in new window) Pinterest Click to share on Telegram (Opens in new window) Telegram Categories: News, Assam Tags: AssamIndian ArmyTEZPUR Related Content বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ' By publisher May 11, 2025 'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা By publisher May 11, 2025 জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত By publisher May 11, 2025 যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ By publisher May 11, 2025 India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান By publisher May 10, 2025 ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ? By publisher May 10, 2025