Horoscope: দিনটোৰ ৰাশিফল
মেষ : দিনটোত মনলৈ কিছু আনন্দ বতৰা আহিব। উপাৰ্জনত বাধা পাব বিদ্যাত সুনাম। ৰাজনীতিবিদ সকলে বিপদত সোমোই পৰিব। প্ৰেমত বাধা আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।
বৃষ : শত্ৰুৰ দ্বাৰা ক্ষতিৰ আশংকা। ব্যৱসায়ীৰ ভাল বৃদ্ধি। চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে। কৰ্মত ব্যস্ততা বাঢ়িব। আর্থিক দিশত প্রাপ্তি যোগ। প্ৰেমত অস্থিৰতা। শুভ ৰং হালধীয়া। শুভ সংখ্যা-৮।
মিথুন : পাৰিবাৰিক সমস্যাই মনত দুখ দিব। ভ্রমণ কৰিলে কষ্ট পাব। কর্ম প্ৰতিভাৰ বিকাশ আৰু বিশিষ্ট ভাগ্যোদয়। নতুন বন্ধু লাভৰ ইংগিত। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।
কর্কট : আকস্মিক আঘাত প্ৰাপ্তিৰ সম্ভাৱনা। গুৰুজনৰ দ্বাৰা আসন্ন বিপদৰ পৰা মুক্ত লাভ। প্রেম-প্রীতিত সংগ সুখ দেখা যায়। শৰীৰ মধ্যম। শুভ ৰং নীলা | শুভ সংখ্যা ৩।
সিংহ : দিনটোত আপুনি স্বকৰ্মত লাভবান হ’ব। দাম্পত্যতো শুভ। কর্মতৎপৰ হোৱাৰ যত্ন কৰক। নিৰ্ভাৱ ক্রমোন্নত। গৃহে শুভ অনুষ্ঠান হোৱাৰ যোগ। কথা- বতৰাত সংযত হওক। শুভ ৰং বগা। শুভ সংখ্যা ৫।
কন্যা : মূল্যবান বস্তু ক্ৰয় কৰিব পাৰে। পত্নীৰ চিকিৎসাৰ কাৰণে অর্থ। ব্যয় হ’ব। বিদেশত থকা আত্মীয়ৰ আগমনে সুৰ বৃদ্ধি পাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
তুলা : বাধা বিঘিনিৰ মাজেৰে কমে সাফল্য আৰু আয় বৃদ্ধি। পঢ়া-শুনাত গুৰুত্ব দিয়াটো ভাল । দাম্পত্যত মধ্যম। দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
বৃশ্চিক : শৰীৰ বৰ ভাল লাগি নাথাকিব। আৰ্থিকত কঠিনতাৰ মাজে চলিব লাগিব। কর্মত বাধা দেখিব। প্রিয় লোকৰ স’তে আলাপ। শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৬
ধনু : উপযুক্ত কোন লোকৰ সান্নিধ্যত সুখী হ’ব।শৰীৰ বৰ ভাল লাগি নাথাকিব। আর্থিকত কঠিনতাৰ মাজে চলিব লাগিব। কর্মত বাধা দেখিব প্রিয় লোকৰ স’তে আলাপ। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মকৰ : আৰ্থিকত আশা কৰা মতে ফল নাপাব। শৰীৰ বৰ ভাল লাগি নাথাকিব। আর্থিকত কঠিনতাৰ মাজে চলিব লাগিব। কর্মত বাধা দেখিব। প্ৰিয় লোকৰ স’তে আলাপ। শুভ ৰং বগা। শুভ শুভ সংখ্যা ২।
কুম্ভ : আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজত। যি কোনো কামতে চিন্তি দায়িত্ব ল’ব। শৰীৰ মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৯ ।
মীন : আৰ্থিকত খৰচৰ মুখামুখি। ঘৰুৱা অশান্তি। বিদ্যাত মধ্যম। নতুন উৎসাহ পাব। শৰীৰ ভালেই বোলা যায়। ঘনিষ্ঠ ব্যক্তিৰ পৰা শত্ৰুতা আহিব পাৰে। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩২।