Narendra Modi: অসমবাসীলৈ মোদীৰ বিশেষ উপহাৰ

1665143030img

Narendra Modi: অসমবাসীলৈ মোদীৰ বিশেষ উপহাৰ

আজি গৰু বিহুৰ দিনাই অসমবাসীলৈ বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

২০১৭ চনত আধাৰশিলা স্থাপন কৰা AIIMS ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মোদীয়ে ।

উল্লেখযোগ্য চাংসাৰিৰ AIIMS থাকিব ৭৫০খন বিচনা।

Exit mobile version