Rongali Bihu: বালিপৰাত সাংস্কৃতিক শোভাযাত্ৰা

Screenshot 20230415 144253 WhatsApp

Rongali Bihu:

ADVERTISEMENT

ৰঙালী বিহুক লৈ সমগ্ৰ ৰাজ্যতে উখলমাখল পৰিৱেশে বিৰাজ কৰিছে।

শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁও উন্নয়ন সমিতিয়েও এইবেলি উদযাপন কৰিছে ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষ।

ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষৰ স’তে সংগতি ৰাখি পহিলা বহাগৰ দিনটোত বাহিৰ কৰা হয় বিশাল বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰা।

এই শোভাযাত্ৰাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ কে’বাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।

Exit mobile version