General Election Fakiragram Samabay :ফকিৰাগ্ৰাম সমবায় সমিতিৰ সাধাৰন নিৰ্বাচন

ব্যপক সহাৰি ফকিৰাগ্ৰাম বাসীৰ

WhatsApp Image 2023 04 17 at 3.53.42 PM

General Election Fakiragram Samabay :

ফকিৰাগ্ৰাম সমবায় সমিতিৰ সাধাৰন নিৰ্বাচন । ব্যপক সহাৰি ফকিৰাগ্ৰাম বাসীৰ । ৰাতিপূৱাৰ পৰা দীঘলীয়া শাৰী পাতি ভোট প্ৰদান অংশীদাৰ সকলোৰ ।

কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰাম সমবায় সমিতিৰ আজি সাধাৰন নিৰ্বাচনত সমবায় সমিতিৰ অধিনত থকা অংশীদাৰ সকলে প্ৰখৰ ৰ’দকো প্ৰত্যাখান কৰি ভোট প্ৰদান কৰে ।

দীৰ্ঘ দিনৰ পৰা সমবায় সমিতিৰ ভোট অনুষ্ঠিত হোৱা নাছিল । সেইবাবে এইবেলি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰে ভোট গ্ৰহনৰ দাবী জনায় ।

Exit mobile version