Horoscope: দিনটোৰ ৰাশিফল
মেষ : গৱেষকসকল কর্মত নতুন উৎসাহ পাব। কোনো সংবাদত মন ঠিক নাথাকিব পাৰে। কৰ্মস্থানত সহকৰ্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেমত শুভ।
বৃষ : ধনপ্রাপ্তিৰ সম্ভাৱনা আছে। আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক। ব্যৱসায়ীসকল লেনদেনত বাধা প্রাপ্ত হ’ব। শৰীৰৰ প্ৰতিনজৰ দিয়ক।
মিথুন : সামগ্রিকভাৱে দিনটো ভালেৰেই পাৰ হ’ব। কৰ্মক্ষেত্ৰত নিজৰ উদ্দেশ্যে সাধনৰ চেষ্টা কৰক। নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি।
কর্কট : আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে। নতুনকৈ কোনো কামৰ সন্ধান পাব। ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে।
সিংহ : নানা আকালৰ মাজেদি দিনটো পাৰ হয় বাবে সাৱধান থাকক। কর্মসংথানত নতুন দায়িত্ব পৰিব। দাম্পত্যত জেদভাৱ ত্যাগ কৰক।ভ্ৰমণৰ বাবে যো-জা ।
কন্যা : আৰ্থিকত খৰচ বৃদ্ধি পালেও যি প্রয়োজনীয় কাৰণ হ’ব পাৰে। ক্ষেত্র বিশেষে অর্থলাভৰ আশাও কৰিব পাৰে। পাৰিপাৰ্শ্বিক বিশেষ বাধা নাপাব। মাতৃৰ শৰীৰ ঠিকেই থাকিব।
তুলা : দিনটো আপোনাৰ মোটামুটি ভালেই যাব। আর্থিকত প্রাপ্য ধন পোৱাৰ আশা কৰিব পাৰে। ব্যৱসায়ত আইনগত বাধা আহিব । ভ্রমণত দ্রব্য লাভৰ কাৰকতা।
বৃশ্চিক : সামুহিক দৃষ্টিত খুব উন্নত দেখা নাযায়। বিদ্যাত অনুকূল। সন্তানৰ সুসংবাদি পাব। ঘৰুৱাত বেছি একো নাই। ব্যৱসায়ীসকলৰ আর্থিক সমস্যাৰ সমাধান হ’ব।
ধনু : যোগ্যতাসম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মতে সুচল অনুভৱ কৰিব পাৰে। ভাই-ভনীৰ পৰা আনন্দ পাব। আর্থিকত বিশেষ বাধা নাপাব। দাম্পত্যত চিন্তা।
মকৰ : মান-সন্মানৰ ক্ষেত্ৰত উৎসাহ পাব। পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব নতুন কর্ম সন্ধানৰ সম্ভাৱনা বিদ্যাত শুভ। হঠাৎ আনন্দৰ কাৰক ।
কুম্ভ : আজি সামান্য উন্নত হ’লেও দুই-এটা ক্লেশদায়ক কথাই মন গধুৰ কৰিব পাৰে। কিন্তু সতর্ক থাকিলে বহুতো হ্রাস পাব। ঘৰুৱা পৰিৱেশ মজলীয়া।
মীন : অস্থিবতা বর্জন কৰক। চেষ্টা কৰক। যানবাহনৰ পৰা সাৱধান, আকস্মিক আঘাতপ্রাপ্তিৰ সম্ভাৱনা ব্যবসায়ীসকলে সফলতা পাব ।