Bihu Samragi 2023 : প্ৰতীক্ষাৰাণী বৰগোহঞিৰ শিৰত জিলিকিল বিহু সম্ৰাজ্ঞীৰ খিতাপ

18 4 2023 13 59 4 783

Bihu Samragi 2023 :

সোমবাৰে নিশা অনুষ্ঠিত হোৱা ঐতিয্যপূৰ্ণ গুৱাহাটী লতাশিল বিহু সন্মিলনীৰ  প্ৰতিযোগিতাৰ ফলাফল ঘোষণা ।

গুৱাহাটীৰ প্ৰতিক্ষাৰাণী বৰগোহঞিলৈ ঐতিয্যপূৰ্ণ গুৱাহাটী বিহু সন্মিলনীৰ ২০২৩ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ ।

বন্যানী গগৈয়ে লাভ কৰিছে বিহু ৰাণী খিতাপ ।

ইফালে বিহু কুঁৱৰীৰ খিতাপ লাভ কৰিলে অনান্য ফুকনে ।

Exit mobile version