Goalpara Fish : গোৱালপাৰাত মাছমৰীয়াৰ জালত ১২০ কিলোগ্ৰাম !

বিক্ৰী হ'ল ৮৫ হেজাৰ টকাত

f07759f9 1740 4d5d bc7e 4ff502da8e1c

Goalpara Fish :

গোৱালপাৰাত মাছমৰীয়াৰ জালত উঠিল বিয়াগোম মাছ ৷ ব্ৰহ্মপুত্ৰৰ পঞ্চৰত্ন হুৰাৰটেক ঘাটত মাছমৰীয়া এজনে মাছ মাৰি থাকোতে জালত পৰে ১২০ কিলোগ্ৰাম ওজনৰ বৃহাদাকাৰ গৰুৱা মাছ এটা ৷

মঙলবাৰে নিশা মুছ শ্বেখ নামৰ মাছুৱৈজনে মাছ মাৰোতে তেওঁৰ জালত লাগিল মাছটো ৷ আজি মাছটো নিজৰ মটৰ চাইকেলৰ পাছৰ চিটৰ বোজাই আনি পাইকাৰী বজাৰত বিক্ৰী কৰে প্ৰায় ৮৫,২০০ টকা ৷উল্লেখ্য যে,খুচুৰা বজাৰত মাছটো বিক্ৰী হ’ব পাৰে এক লাখ বিশ হেজাৰ টকা ৷

Exit mobile version