Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা

    APSC SCAM:জালিয়াতিৰে এপিএছচিৰ চাকৰি লোৱা পলাতক বিষয়া ৰাকেশ দাসক গ্রেপ্তাৰ

    Telangana Election:তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ পুৱা ৭ বজাৰ পৰা

    SI – Journalist Arrested In Guwahati :মহানগৰীৰ আঠগাঁৱৰ হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া সহ সাংবাদিক

    Magistrate Sentenced The Police To Cut Grass:আদালতত আধা ঘণ্টা পলমকৈ উপস্থিত আৰক্ষী

    Composite Gas Cylinder:বজাৰৰ পৰা শীৰ্ঘেই নোহোৱা হ’ব এল পিজি লোহাৰ চিলিণ্ডাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Lakhimpur : অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ চুক্তিৰ এদিন পাছতে লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন : অসমৰ বন বিষয়া-কৰ্মীলৈ গুলী

publisher by publisher
April 22, 2023
in News, Assam
Reading Time: 2 mins read
0
Lakhimpur : অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ চুক্তিৰ এদিন পাছতে লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন : অসমৰ বন বিষয়া-কৰ্মীলৈ গুলী
3
SHARES
28
VIEWS
ShareShareShareShare

Lakhimpur :

ADVERTISEMENT

নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুবৃৰ্ত্তই অসমৰ বন বিষয়া-কৰ্মচাৰীলৈ লক্ষ্য কৰি গুলী চালনা কৰা ঘটনাই আজি লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷

RelatedPosts

Five Thousand New EVM Machines For Assam:অসমৰ পুনৰ নির্ধাৰিত সমষ্টিৰ বাবে পাঁচ হেজাৰ নতুন ই ভি এম

Toll Rates To Rise At Nine Toll Plazas:ৰাজ্যবাসীৰ ওপৰত পুনৰ ৰামটাঙোন !

Rip Hazarika Appointed as New Information Commissioner of The State:ৰাজ্যৰ নতুন তথ্য আয়ুক্ত হিচাপে নিযুক্তি ৰীপ হাজৰিকাক

প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বন খণ্ডত এনে ঘটনা সংঘটিত হয়৷ অৰুণাচলী দুবৃৰ্ত্তই ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়া বনমালী নৰহৰ লগতে মুঠ চাৰিজন বনকৰ্মীলৈ লক্ষ্য কৰি গুলী চালনা কৰে যদিও দৈৱক্ৰমে দলটো কোনো মতে ৰক্ষা পৰে৷

খণ্ড বনবিষয়া জনে আজি সদৰী কৰা মতে  দুপৰীয়া ৰামপুৰ বন খণ্ডৰ অন্তৰ্গত তথা ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগে পূৰ্বে ৰোপণ কৰা এখন পুলি বাগানত বন নিৰনি কৰিবলৈ অসমৰ কেবাজনো শ্ৰমিকক নিয়োগ কৰাৰ সময়ত দুজন অৰুণাচলী লোকে তেওঁলোকৰ ফটো তুলি নিয়ে৷

ৰামপুৰ বন খণ্ডৰ দলটোৱে আগুৱাই গৈ আনএটা দৃশ্য প্ৰত্যক্ষ কৰে৷ প্ৰায় ৫০-৬০ জনীয়া অৰুণাচলী দল এটাই হাতে হাতে মাৰণাস্ত্ৰ লৈ যুদ্ধংদেহী মনোভাৱেৰে অৱস্থান লোৱাৰ লগতে অসমৰ ৩০ হেক্টৰ ভূমিত ৰোপণ কৰা এখন পুলি বাগান কাটি তহিলং কৰি কাঁটাতাঁৰৰ বেৰা ধবংস কৰে৷

ৰামপুৰ বনখণ্ডৰ দলটোক দেখা পাই অৰুণাচলী দুবৃৰ্ত্তই তেওঁলোকলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ ধৰাত অসমৰ দলটোৱে কোনোমতে প্ৰাণ লৈ আঁতৰি আহিবলৈ সক্ষম হয়৷ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দলটোৱে অত্যাধুনিক মেচিন লৈ গছ-গছনি কাটি তহিলং কৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Arunachal BorderAssamLAKHIMPUR
publisher

publisher

Related Posts

Assam State Bjp:কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিলঃ ৰাজ্যিক বিজেপি
Assam

November 30, 2023
Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !
Assam

Five Thousand New EVM Machines For Assam:অসমৰ পুনৰ নির্ধাৰিত সমষ্টিৰ বাবে পাঁচ হেজাৰ নতুন ই ভি এম

November 30, 2023
Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !
Assam

Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !

November 30, 2023
Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা
Assam

Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা

November 30, 2023
APSC SCAM:জালিয়াতিৰে এপিএছচিৰ চাকৰি লোৱা পলাতক বিষয়া ৰাকেশ দাসক গ্রেপ্তাৰ
Assam

APSC SCAM:জালিয়াতিৰে এপিএছচিৰ চাকৰি লোৱা পলাতক বিষয়া ৰাকেশ দাসক গ্রেপ্তাৰ

November 30, 2023
Telangana Election:তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ পুৱা ৭ বজাৰ পৰা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: