Cheetah dies at kuno national park : কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু চিতা

QT cheetah

Cheetah dies at kuno national park :

কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা এটা চিতা বাঘৰ ।দেওবাৰে পুৱা অসুস্থ হৈ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ মৃত্যু হয় উদয় নামৰ চিতাটো ।

ADVERTISEMENT

তথ্য অনুসৰি দক্ষিণ আফ্ৰিকাৰ পৰা ফেব্ৰুৱাৰীত ভাৰতলৈ অনা হৈছিল ১২ টাকৈ চিতা বাঘ । তাৰে ভিতৰত আছিল ছয় বছৰীয়া উদয়ো।

উল্লেখ যোগ্য যে, দৈনিক স্বাস্থ্য পৰীক্ষাৰ সময়ত উদয়ক সামান্য দুৰ্বল দেখি ট্ৰেংকুলাইজ কৰা হয় আৰু প্ৰথম পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হয়। দুৰ্ভাগ্যজনক যে চিকিৎসাৰ দুঘণ্টামানৰ পাছতে মৃত্যু মুখত পৰে চিতাটো।

Exit mobile version