Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23

Horoscope: দিনটোৰ ৰাশিফল

মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোন সংযোগত আহুকাল। শৰীৰ মধ্যম। আর্থিকত আবেদনকাৰীৰ সুযোগ। বিবাহৰ যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১০।

বৃষ : পুৱা ১০টাৰ পৰা শুভ কর্মাদিত আগনবঢ়াই ভাল। আর্থিকত মজলীয়া ফল পাব। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। প্ৰেমত বাধা। দাম্পত্যত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ২।

মিথুন : গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব। সন্তানৰ বাবে চিন্তা থাকিব। ভ্ৰমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। ধনত ভাল। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

কর্কট : কর্মক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব। মামলা-মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা নাৰীৰ শুভ দিন। বিদ্যাত যত্ন কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

সিংহ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিকত মধ্যম ফল পাব। বিদ্যাত সফলতা পাব। প্ৰেমত আৱেগিকতা বর্জনীয়। পিতাৰ আৰোগ্য লাভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

কন্যা : শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে। দিয়া ধন আদায় হ’ব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।

তুলা : আৰ্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাত পাৰিপাশ্বিক বাধা থাকিব। প্রেমত দুঃশ্চিন্তা। ঘৰুৱা মজলীয়া। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কৰ্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম। আর্থিকত মজলীয়া অগ্রগতি। নিবনুৱা শুভ। শুভ ৰং সোণালী, শুভ সংখ্যা-১।

ধনু : নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পৰ্কে সু-সংবাদ লাভ কৰিব। বিদ্যাত শুভ। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মকৰ : ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ল’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

কুম্ভ : কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। বিদ্যাৰ্থীৰ বাবে দিনটো বেয়া নহ’ব। প্ৰেমত প্ৰণয়ত শুভ। শুভ ৰং নীলা, সংখ্যা ৮। শুভ

মীন : কোনো সংবাদত মিশ্ৰত প্ৰতিক্ৰিয়া হ’ব পাৰে। বিদ্যাতো ভালে নাযাব। দাম্পত্যত ভবা মতে সুখী নহ’ব। শৰীৰ মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

Exit mobile version