Gunotsav Results : ঘোষণা হ’ল ২০২৩ চনৰ গুণোৎসৱৰ ফলাফল

download 6

Gunotsav Results :

জনতাভৱনত মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে কৰিলে গুণোৎসৱৰ ফলাফলৰ ঘোষণা । ১৮ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল গুণোৎসৱ আৰু এই গুণোৎসৱত অংশগ্ৰহণ কৰিছিল প্ৰায় ৪৪,৫৩১খন বিদ্যালয়ে।

ADVERTISEMENT

উল্লেযোগ্যভাবে এই গুণোৎসৱত প্ৰায় ৪১ লাখৰো অধিক ছাত্ৰ–ছাত্ৰী সামৰি লোৱা হৈছে ।আজি জনতা ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰিগুণোৎসৱৰ শীৰ্ষত শিৱসাগৰ জিলা , দ্বিতীয় স্থান লাভ কৰে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান দখল কৰে গোলাঘাট জিলাই।

Exit mobile version