Horoscope : দিনটোৰ ৰাশিফল

horoscope24 4 23

Horoscope :

মেষ : যিকোনো কামকে ভাবি-চিন্তি কৰক। বাঞ্চিত লাভত বাধ্য পাব। ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক। বিদ্যাত সিমান নিৰাআশ নহ’ব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২।

বৃষ : অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ। অধি কৰ্মবোজা৷ পৰালেও কিছু নিয়ন্ত্ৰণ কৰক। প্রেম-প্রীতিত খুব বেয়া নহ’ব। অৰ্মলাভত উপকৃত হ’ব। ব্যৱসায়ত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

মিথুন : আর্থিকত বেয়া দেখা নাযায়। সাধাৰণ খৰচ-পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা বিদ্যাত সাধাৰণ উন্নতি। যোগ্যতাৰ পুৰস্কাৰ পাব। প্রেম-প্রীতিত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কর্কট : কর্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। খৰচ বৃদ্ধি পাব। সাধাৰণ শৰীৰৰ দুশ্চিন্তা দাম্পত্যত মোটামুটি সুখৰ কাৰক। উদ্বিগ্নতাৰ সমাধানৰ উৎস। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি পাব। দিনটোত ব্যৱসায়ীসকল লেন-দেন কৰোতে সাৱধান হ’ব। আর্থিক দিশত ধন হানি হোৱাৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৯।

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব। হঠাৎ কাৰোবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে। বিদ্যাত মধ্যম। ভ্রমণাদিত আৰ্থিখ হানিৰ যোগ। আলহীৰ আগমন। শুভ ৰং গুলপীয়া । শুভ সংখ্যা ৪।

তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। যাত্রাদিত বাধাপ্রাপ্ত হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক : ওলোটাভাৱে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব। আনৰ কথাত বেছি প্ৰাধান্য নিদিব। বিদ্যাত শুভ। দাম্পত্যত বিৰোধ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

ধনু : অকাৰণ বা কাৰণতেই হওক কাৰো লগত মত বিৰোধ হোৱাৰ আশংকা। লেনদেনত সাৱধান থাকক। শৰীৰ ভালেই বুলিব পাৰি৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।

মকৰ ঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগাযোগত উৎসাহিত। শৰীৰত পুৰণি বেমাৰে আমনি কৰিব। বন্ধুবৰ্গৰ প্ৰতি সাৱধান। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ : মজলীয়া হ’লেও উন্নত। দূৰ যোগাযোগত বাধাপ্রাপ্ত পেটৰ অসুখৰ কাৰক। বিদ্যাত নিৰাশ নহ’ব। ব্যৱসায়ত ঋণৰ কাৰকতা। প্ৰেমত সাধাৰণ মতান্তৰ। শুভ ৰং বগা, শুভ সংখ্যা ৫।

মীন : আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব। বিদ্যাত মধ্যম। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

Exit mobile version