Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণৰ ফলত আনন্দ। নিৱনুৱা কৰ্মসংস্থানৰ কিছু আশা আছে। বিদ্যাত ভালেই দেখা যায়। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ : কর্মক্ষেত্ৰত কোনো নভবা প্ৰসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা। শুভ ৰং বগা। শুভ সংখ্যা ৪।

মিথুন : অস্থিৰতা পাৰিলে বৰ্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং মেরুণ। শুভ সংখ্যা ৮।

কর্কট : কর্মক্ষেত্ৰত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। কৰ্মস্থানত যোগ্যতা থাকিব। প্রভাবশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

সিংহঃ উৎসাপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তান সন্ততিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আর্থিকত নতুন সুযোগ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা। শুভ সংখ্যা ৯। কন্যা

কন্যা: মজলীয়া ফল। বাঞ্জিত কৰ্মত কিছু অগ্রগতি। ভাই-ভনীৰ বা মনত কষ্ট পোৱাৰ সম্ভাৱনা, বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ ৰাখক। সুসংবাদ লাভ। শুভ ৰং ৰঙ। শুভ সংখ্যা ১।

তুলা : শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান-সন্মান প্ৰাপ্তিৰ মৃদু আভাষ। ৰাজহুৱা কামতো তদ্রুপ। কর্মক্ষেত্ৰত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক : পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হব। পাৰিবাৰিক সমস্যাত বিব্ৰত হ’ব পাৰে। আর্থিকত ব্যয়। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৮।

ধনু : ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুর্ভাৱনা থাকিব। বাকী দিশ । মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

মকৰ ঃ পূৰ্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফল স্বৰূপ মনত শান্তি আহিব। মানসিক অযথা চিত্তাক নিয়ন্ত্ৰণ কৰক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৫।

কুম্ভ : বন্ধু-বৰ্গৰ উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা সংস্কৃতি প্ৰেমীৰ অনুকূল। বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তা পৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰ অভাৱ। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৭।

মীন : সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুকল আশা কৰিব পাৰে। ধন প্রাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৭ ৷

Exit mobile version