Dhubri :ধুবুৰীত কেন্দ্ৰীয় মে’ দিৱস উদযাপন সমিতিৰ মে’ দিৱস পালন

may day

Dhubri

ধুবুৰীত কেন্দ্ৰীয় মে’ দিৱস উদযাপন সমিতিৰ মে’ দিৱস পালন। সমগ্ৰ বিশ্বৰ লগতে আজি ধুবুৰীতো কেন্দ্ৰীয় মে’ দিৱস উদযাপন সমিতিৰ উদ্যোগত মে’ দিৱস পালন কৰা হয়।

ধুবুৰীৰ ৰে’ল ষ্টেচন চৌহদত আজি ৰাতিপুৱা ১০ বজাত সমিতিৰ পতাকা উত্তোলনেৰে এখ সভা অনুষ্ঠিত কৰি মে’ দিৱস পালন কৰে উদযাপন সমিতিয়ে।

সভাত উপস্থিতি থাকে কেন্দ্ৰীয় মে’ দিৱস উদযাপন সমিতিৰ সভাপতি সুধীন ৰায়। এআইইউটিইউচি ৰ সাধাৰণ সম্পাদক আজাহাৰ হুছেইন। চিআইটিইউৰ জিলা সম্পাদক ৰামেশ্বৰ সেন।

Exit mobile version