Dibrugarh:ডিব্ৰুগড়ত নিশা আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানত অঘটন !

গীত পৰিৱেশন নকৰিলে বাদ্য–যন্ত্ৰ ভাঙি দিয়াৰ ভাবুকি বিহু কমিটিৰ কৰ্মকৰ্তাৰ

borpatra singer

Dibrugarh:

জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ডিব্ৰুগড়ৰ এক সংগীতানুষ্ঠানৰ মাজতে লাগিল পয়মাল ৷ সংগীতানুষ্ঠান সামৰিব লওতেই গীত গাবলৈ একপ্ৰকাৰ বাধ্য কৰালে বিহু কমিটিৰ কেইগৰাকীমান কৰ্মকৰ্তাই ৷ আনকি গীত পৰিৱেশন নকৰিলে বাদ্য–যন্ত্ৰ ভাঙি দিয়াৰো ভাবুকি দিয়ে ৷

সুৰামত্ত হৈ কমিটিৰ কে’বাগৰাকী সদস্যই অপমান কৰে আচুৰ্য বৰপাত্ৰক ৷ কমিটিৰ সদস্যৰ এই কৰ্মকাণ্ডক মঞ্চতে উদ্বেগ প্ৰকাশ কৰে বৰপাত্ৰই ৷

হাতত মাইক্ৰফোন লৈ এনে কাৰ্যই তেওঁ গভীৰ দুখ পাইছে বুলি ক্ষোভ উজাৰে ৷ ইতিমধ্যে জনপ্ৰিয় শিল্পী গৰাকীক অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় সৰ্বত্ৰে ৷

Exit mobile version