Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব। কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে। ঘৰুৱাত বাধা কম। হঠাৎ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা ১।

বৃষ : কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দাৰ্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব। দাম্পত্যত শুভ ফল ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা। প্ৰেমত বাধা আঁতৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

মিথুন : কমক্ষেত্ৰত সহকৰ্মীৰ মতামতক প্রাধান্য নিদিব। আর্থিক লেন- দেনত গুৰুতনৰ পৰামৰ্শ লোৱা বাঞ্ছনীয় অভিনেতা-অভিনেত্ৰীসকলৰ কার্যদক্ষতা হ্রাস পাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

কর্কট : নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তি যোগ। ভাবি থকা কামত বাধাৰ কাকতা। পতি-পত্নীৰ যৌথ প্রচেষ্টা সফল হোৱাৰ কাৰকতা। দেহভাৱ স্বাভাবিক। শুভ ৰং কমলা, শুভ সংখ্যা ২।

| সিংহ : অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সম্মান বৃদ্ধি। কর্ম আৰু ধৰ্মত সমভাৱে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ। ধনাভাৱ যথাযথ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

কন্যা : কর্মত অগ্রিম পদোন্নতি। মনোবল বৃদ্ধি আৰু উদ্যোগ প্ৰতিষ্ঠাৰ চেষ্টা। পুত্ৰ বা কন্যাৰ পৰা ক্ষয়-ক্ষতিৰ আশংকা। সমস্ত্য স্থলত অপতা লাভ। শুভ ৰং ক’লা, শুভ সংখ্যা ৪

তুলা : প্ৰয়োজনীয় আৰু অপ্ৰয়োচনীয় কথাত মন গধূৰ হৈ থাকিব। কিন্তু সামগ্রিকভাৱে সমগ্ৰ দিনটো অনুকূল প্রভাৱ থাকিব। বুদ্ধিৰো উন্নত ফল।শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক ঃ শৰীৰ ভালেই যাব। পাৰিবাৰিক ক্ষেত্ৰত সু-সংবাদ লাভৰ কাৰক। কোনো বিষয়তে ভারপ্রৱণতা বা কক্ষতা বৰ্জন কৰাই উচিত। ভ্ৰমণত মধ্যম। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

ধনু : উন্নত সংযোগ। ভ্ৰমণত সাধাৰণ ব্যাঘাত। আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কাৰ্যকৰী। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।

মকৰ:পাৰিপাৰ্শ্বিকৰ পৰা কিছু অশান্তি বা কৰ্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোনো প্রগতিশীল কৰ্মত ক্ষতিগ্ৰস্ত হ’ব পাৰে । বিদ্যাত বেয়া নহ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা ১।

কুম্ভ : মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব। ব্যৱসায়ত চিন্তাৰ কাৰণ নাই। কর্মস্থান শুভ বুলি ক’ব পাৰি অৰ্থভাগ্যৰ সুযোগ। দাম্পত্য জীৱন মধুৰ হ’ব। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

মীন : অবাস্তৱ কথাৰ মাজত কষ্ট পাব। যোগাযোগত সুফল ক’ম পাব। শৰীৰ সম্পৰ্কে উদাসতা। খৰচ পাতি বৰ্জন কৰক। উপর্যুপতি দায়িত্বৰ কাৰক। প্ৰেমত শুভ সংযোগ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২।

Exit mobile version