Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। নিবনুৱাৰ কৰ্মপ্ৰাপ্তি হ’ব পাৰে। প্ৰেমত সুখ।

বৃষ : উচ্চ পদস্থ বিষয়াৰ লগত সু-সম্পর্ক বজাই ৰাখিব। আয়ৰ ক্ষেত্র অনুকূল।পাৰিবাৰিক অশান্তি। বিদ্যাত শুভ।

মিথুন : সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব। ভ্ৰমণ হ’ব পাৰে। কোনো সংবাদ সংযোগত চিন্তিত হ’ব। বন্ধুবৰ্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে।

কর্কট : কন্যা সন্তানক লৈ চিন্তিত হ’ব। ফুৰা-চকাত সতর্ক হ’ব। উৎসাহজনক খবৰে আনন্দিত কৰিব। প্ৰেমত বাধা।

সিংহ : কর্মসূত্ৰত ভ্ৰমণৰ যোগ আছে শিল্পীসকলৰ পাপ্য সন্মান লাভত আনন্দ। আর্থিক ব্যয় বৃদ্ধি পাব। প্ৰেমত আনন্দ।

কন্যা : আর্থিক অসুবিধাৰ হ’ব পাৰে। বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুকৃতি দেখা যায়। প্ৰেমত বাধা।

তুলা : পৰোপকাৰ কৰিব যাওঁতে বিপদত পৰাৰ আশংকা বেছি। শৰীৰ মধ্যম। বিবাহ প্ৰাৰ্থীৰ বিবাহ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ।

বৃশ্চিক : কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব। সন্তান সুখ ভ্রমণত সাৱধানতা হোৱা উচিত। উৎকণ্ঠা বাঢ়িব বিদ্যাত মধ্যম।

ধনু : আপোনাৰ কৰ্মদক্ষতাৰ বাবে আনে প্ৰশংসা কৰিব। আর্থিকত আয়-ব্যয় সমান। বিদ্যাত শুভ। দাম্পত্যত মতানক্য।

মকৰ : কৰ্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে। ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব দাম্পত্যত শুভ।

কুম্ভ : নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে। কর্মব্যস্ততা বৃদ্ধি পাব । প্ৰেমত প্ৰতাৰিত হ’ব পাৰে। সন্তানক লৈ চিন্তা।

মীন : আয় বৃদ্ধিৰ বিকল্প চেষ্টা সাফল্য লাভ। ভ্রমণ নকৰাই ভাল। প্রেম প্ৰণয়ত শুভ। সৰু-সুৰা অসুখ হ’ব পাৰে ।

Exit mobile version