Cm Pressmeet In Janata Bhawan :জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ হ’ব বিজ্ঞাপন

পুনৰ নিবনুৱাই লাভ কৰিব নিযুক্তি, সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

himanta

Cm Pressmeet In Janata Bhawan :

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ এটা ভাল খবৰ পুনৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে প্ৰকাশ কৰে যে ৰাজ্যৰ নিবনুৱাই পুনৰ লাভ কৰিব নিযুক্তি

খালী হৈ থকা বিভিন্ন পদৰ বাবে চৰকাৰে জুলাই মাহৰ প্ৰথম সপ্তাহত বিজ্ঞাপন প্ৰকাশ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।মুখ্যমন্ত্ৰীৰ এই ঘোষনাই ৰাজ্যৰ নিবনুৱাক পুনৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে সচেতন মহলে ৷

Exit mobile version