Former CJI justice Ranjan Gogoi Gets Doctor Of Law Degree From Panjab University :প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ডক্টৰ অফ ল’ ডিগ্ৰী

RANJAN GOGOI

Former CJI justice Ranjan Gogoi Gets Doctor Of Law Degree From Panjab University :

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ চণ্ডীগড়স্থ পাঞ্জাৱ বিশ্ববিদ্যালয়ে ‘ডক্টৰ অফ ল’ ডিগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে, দেশৰ কে’বা খনো আগশাৰীৰ আৰ্চায আৰু উপাচাৰ্যৰ দ্বাৰা গঠিত এখন বিশেষ কমিটিয়ে দিয়া পৰামৰ্শ অনুসৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীলৈ পাঞ্জাৱ বিশ্ববিদ্যালয়ে আগবঢ়াই ডক্টৰ অফ ল’ ডিগ্ৰী ৷

শীৰ্ঘেই গগৈক বিশ্ববিদ্যালয় খনৰ বিশেষ সমাৰ্ৱতন অনুষ্ঠানত প্ৰদান কৰা হ’ব উল্লিখিত ডিগ্ৰী ৷

Exit mobile version