Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ।

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। বাটে-পথে ফুৰোতে সতর্ক হওক। বিদ্যাত মধ্যম।

মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। সৰুসুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। আর্থিক প্রাপ্তিৰ আশা।

কর্কট : পূৰ্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত। শৰীৰো ভালে যোৱাৰ কাৰক। অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম।

সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল, দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব।

কন্যা ঃ কর্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম।

তুলা : কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফ লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ । দাম্পত্যত ভালেই।

বৃশ্চিক ঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ। মুঠতে কিছু অসুবিধাৰ কাৰক। পূৰ্বৰ্ষাঢ়াৰ জাতক জাতিকাই সাৱদান থাকিলে ভাল।

ধনু : উন্নত দিনৰ অনুমান। যোগাযোগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকুলো নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত বাধা কম।

মকৰ : ভঙা পতা কৰি ভাল পাব পুৰিণ পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণত সষ্টম হওক। কিন্তু কোনোৰ প্রিয় বন্ধু-বান্ধৱীৰ সগত সুখ লাভ ।

কুম্ভ : ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনোযোগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে, লোহ, লক ইস্পাত, কাঠ, কয়সা ৰসায়নত লাভ।

মীন : আর্থিক যোগাযোগত কিছউদ্দিন উপকৃত তথা খৰচ । মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। সৰুসুৰা সংবাদকে গুৰুতৰ বুলি নল’ব। ভ্ৰমণত সাৱধান। নতুন সম্পদ ক্রয়।

Exit mobile version