Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণে মনটো গধূৰ হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

বৃষ : ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই-এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। প্ৰেমত মিলন। আনন্দ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

মিথুন : কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আর্থিকত ভালেই দেখা যায়। আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং গেকা, শুভ সংখ্যা ৪।

কর্কট : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব নিবনুৱাৰ কৰ্ম-প্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব । দাম্পত্যত শুভ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।

সিংহ : ব্যৱসায়ত লাভৰ কাৰকতা সমাজসেৱী সকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজায় থাকিব। ভ্রমণত কষ্ট পাব। শুভ বং নীলা, শুভ সংখ্যা ৫।

কন্যা : আর্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য। বন্ধুভাৱ দুর্বল। পাৰিবাৰিক জীৱনত অশাস্তিৰ সূচনা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

তুলা : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাৱ ভাল বুলি ক’ব পাৰি । হেৰোৱা সম্পদ পুন প্রাপ্তি অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৭।

বৃশ্চিক: পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কৰ্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত আবেগ। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩।

ধনু পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম। গৱেষক সকল সাফল্য লাভ। ভ্রমণ কৰিব পাৰে।

মকৰ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।

কুম্ভ: গুৰুজন ব্যক্তিক অবজ্ঞা নকৰিব। সম্পত্তি ক্রয়োযোগ আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতৰ্ক হ’ব। চিকিৎসকলৰ দায়িত্ব বৃদ্ধি | পাব। শুভ ৰং কমলা, শুভ সংখ্যা ২।

মীন : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে। কর্মসূত্ৰত ভ্ৰমণ যোগ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৬।

Exit mobile version