Cm Himanta Biswa Sarma:মে’ মাহৰ শেষৰ সপ্তাহত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল

ঢকুৱাখানা ফাটবিহুৰ অনুষ্ঠানত অংশ লৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

cm

Cm Himanta Biswa Sarma:
চলিত মে’ৰ শেষটো সপ্তাহত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল ৷ এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে,ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত উল্লিখিত কথা প্ৰকাশ কৰে ৷

Exit mobile version